--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : ভাৰতীয় ক্ৰিকেটাৰ হাৰ্ডিক পাণ্ডিয়া আৰু ক্ৰুণাল পাণ্ডিয়াৰ পিতৃৰ আজি পুৱা মৃত্যু হয়৷ হৃদৰোগত আক্ৰান্ত হৈ ৭১বছৰ বয়সত মৃত্যু হয় হিমাংশু পাণ্ডিয়াৰ৷

আৰু পঢ়িব পাৰিব : “এই ভেকচিনে প্ৰমাণ কৰিলে ভাৰতৰ সামৰ্থ” : প্ৰধানমন্ত্ৰী মোদী

পিতৃৰ মৃত্যুৰ সময়ত বৰোডাত চলি থকা ছৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত ব্যস্ত আছিল ক্ৰুণাল পাণ্ডিয়া৷ এই খৱৰ লাভ কৰাৰ পাছতে ক্ৰুণালে খেলৰ পৰা অব্যাহতি লৈ পৰিয়ালৰ ওচৰত উপস্থিত হয়৷ ক্ৰুণাল পাণ্ডেয়াই ছৈয়দ মুস্তাক আলী টি-২০ৰ বাকী কেইখন খেলত অংশগ্ৰহণ নকৰে বুলি বৰোডা ক্ৰিকেট এছ’চিয়েছেনৰ তৰফৰ পৰা প্ৰকাশ কৰে।

আৰু পঢ়িব পাৰিব : ৰাজ্যজুৰি আৰম্ভ কৰ’নাৰ সৰ্ববৃহৎ টিকাকৰণ প্ৰক্ৰিয়া

ইপিনে পাণ্ডিয়া ভাতৃদ্বয়ৰ পিতৃৰ বিয়োগৰ খবৰ লাভ কৰাৰ পাছতে বিভিন্নজনে শোকবাৰ্তা প্ৰেৰণ কৰিছে৷ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী, ইৰফান পাঠানকে ধৰি বহুজনে সমবেদনা জনায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ