--°C
Loading...
Listen to Article
2 min read
80%

১৯ ভাদ, দেওবাৰ, ৫ ছেপ্টেম্বৰ
তিথিঃ কৃষ্ণা ত্ৰয়োদশী, নক্ষত্ৰঃ ৯নং অশ্লেষা
মেঘ : শাৰীৰিক দিশত শুভ কাৰক হ'ব যদিও মনৰো সুখ অটুট থাকিব৷
বৃষ : শৰীৰৰ শুভ কাৰক৷ মনৰ অশান্তি বৃদ্ধি হ'ব পাৰে।
মিথুন : শৰীৰত বিষজনিত ৰোগৰ যোগ৷ মানসিক ক্ষেত্ৰত শুভ কাৰক৷
কৰ্কট : শৰীৰৰ ক্ষেত্ৰত শুভ যদিও সন্ধিয়ালৈ অশান্তিৰ কাৰক হ'ব পাৰে৷ প্ৰেম-প্ৰীতিত মধ্যমীয়া৷
সিংহ : শৰীৰত ৰোগে দেখা দিব পাৰে৷ শিক্ষাৰ্থীৰ উচ্চবিদ্যাৰ উৎসাহ-উদ্দীপনা বৃদ্ধি পাব৷
কন্যা : প্ৰেমত শুভ৷ আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ'ব৷
তুলা : শৰীৰ সুস্থ হৈ থাকিব৷ প্ৰেম-প্ৰীতি আৰু সাংসাৰিক ক্ষেত্ৰত মধ্যমীয়া।
বৃশ্বিক : শাৰীৰিক মধ্যমীয়া হ'ব৷ মানসিক অশান্তি বৃদ্ধি৷
ধনু : শৰীৰ শুভ৷ প্ৰেম-প্ৰীতিত সুখ-শান্তি।
মকৰ : শাৰীৰিক অসুস্থতাৰ যোগ৷ মনৰ অশান্তিও হ'ব পাৰে৷
কুম্ভ : শাৰীৰিকভাৱে শুভ যদিও মানসিক অশান্তি বৃদ্ধি হ'ব পাৰে৷
মীন : শৰীৰৰ সুস্থতাৰ যোগ৷ মানসিক অস্থিৰতা বাঢ়িব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ