--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: একাপ চাহে সজীৱ কৰে আপোনাৰ দিনটো। পুৱাই শুই উঠি যদি আপুনি একাপ ভাল চাহ খাবলৈ পায় কেনে লাগিব বাৰু? দিনটো খুব সুন্দৰভাৱে নাযাবনে বাৰু! লগতে আপোনাৰ এলাহ এলাহ ভাবটোও দূৰ হ’ব আৰু গোটেই দিনটো মনটোও ফূৰ্তিত থাকিব। মাত্ৰ একাপ চাহ আৰু টোপনিক কৰা ‘বাই’‘বাই’, আৰু ব্যস্ত হৈ পৰক দৈনন্দিন কাৰ্যত। ঠাণ্ডাৰ দিনতটো চাহ খোৱাৰ ইচ্ছাটো বাঢ়ি যায় আৰু ইচ্ছা বঢ়াৰ লগে লগে চাহ খোৱাৰ প্ৰৱণতাও বাঢ়ি যায়। সকলোতকৈ ডাঙৰ কথা হ’ল চাহ স্বাস্থ্যৰ বাবে বৰ লাভদায়ক আৰু লগতে উপযোগীও।

আজি-কালি যুৱ-প্ৰজন্মৰ মাজত জনপ্ৰিয়তা লাভ কৰা তেনেকুৱা এবিধ চাহ হৈছে গ্ৰীন টি৷ এইবিধ এনেকুৱা এবিধ চাহ, যি গছৰ কেঁচা পাতৰ পৰা বনোৱা হয়। ইয়াত সকলোতকৈ বেছি এণ্টিঅক্সিডেণ্ট থাকে। যদি গ্ৰীন টি গাখীৰ আৰু চেনি অবিহনে খোৱা যায়, তেতিয়া বেছি লাভদায়ক হয়। গ্ৰীন টিত কেলৰি নাই আৰু ইয়াৰ পৰা হাৰ্বেল অৰগেনিক চাহ তৈয়াৰ কৰিব পাৰি।

গ্ৰীন টি শৰীৰৰ বাবে উপকাৰী চাহ৷ গ্ৰীন টিৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনিও তৎক্ষণাৎ বজাৰৰ পৰা ক্ৰয় কৰি আনিব এই উপকাৰী চাহপাত৷ গ্ৰীন টিত স্বাস্থ্যকৰ জৈৱ-সক্ৰিয় যৌগ থাকে। মস্তিষ্কৰ কাৰ্যক্ষমতা উন্নত কৰিব পাৰে। চৰ্বি দহন বৃদ্ধি কৰে। এণ্টিঅক্সিডেণ্টে কিছুমান কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। মগজুক বয়স বৃদ্ধিৰ পৰা সুৰক্ষিত কৰিব পাৰে। উশাহৰ দুৰ্গন্ধ হ্ৰাস কৰিব পাৰে। মধুমেহ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে৷ কাৰ্ডিঅ’ ভাস্কুলাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ