--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : পুনৰ আয়কৰ বিভাগৰ জালত পৰিছে ব্যৱসায়ী তথা কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীৰ জোঁৱাই ৰবাৰ্ট ভাদ্ৰা। কৰ ফাকিৰ অভিযোগত সোমবাৰে ভাদ্ৰাক সংস্থাটোৱে জেৰা কৰে আৰু তেওঁৰ জবানবন্দী বাণীবদ্ধ কৰে।

আৰু পঢ়িব পাৰিব : ‘ডিজিজ এক্স’ : কৰ’নাৰ পাছত বিশ্বলৈ আফ্ৰিকান ভাইৰাছৰ ভাবুকি!

অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীৰ জৰিয়তে ইংলেণ্ডত সম্পত্তি ক্ৰয় সম্পৰ্কীয় এটা গোচৰত ভাদ্ৰাৰ বিৰুদ্ধে কৰ ফাকিৰ অভিযোগ উঠিছিল। ইতিমধ্যে ইয়াৰ সৈতে জড়িত ধনৰ অবৈধ লেনদেনৰ ২০০৮ চনৰ এটা গোচৰত তেওঁৰ বিৰুদ্ধে তদন্ত চলাই আছে এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডি-এ। আয়কৰ বিভাগৰ দলটোৱে আজি দিনৰ ভাগত ভাদ্ৰাৰ দিল্লীৰ সুখদেৱ বিহাৰত থকা কাৰ্যালয়ত উপস্থিত হয়।

আৰু পঢ়িব পাৰিব : দেশে দেশে চীনৰ জাল! কাবুলত বন্দী ১০ চীনা চোৰাংচোৱা, প্ৰত্যৰ্পন

ইয়াৰ পূৰ্বে তেওঁলৈ আয়কৰ বিভাগে চমন জাৰি কৰিছিল যদিও কৰ’নাৰ দোহাই দি তেওঁ সংস্থাটোৰপৰা অধিক সময় বিচাৰিছিল। অভিযোগ অনুসৰি ৰবাৰ্ট ভাদ্ৰাই ইংলেণ্ডত ভালেমান সম্পত্তি ক্ৰয় কৰিছিল আৰু ইয়াৰে এটা হৈছে লণ্ডনৰ ব্ৰিষ্টোন স্কুয়েৰত থকা ১.৯ নিযুত পাউণ্ডৰ এটা সম্পত্তি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ