--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ বৃদ্ধি পাব পাৰে সোণৰ মূল্য৷ বিশ্বৰ মূল্যবৃদ্ধিৰ সৈতে সংগতি ৰাখি মূল্যবৃদ্ধি পাইছে দেশৰ বজাৰৰ। ইউক্ৰেইন আৰু ৰাছিয়াৰ বিৰুদ্ধে অস্থিৰতাৰ বাবে সমগ্ৰ বিশ্বতে উত্তেজনা বৃদ্ধি পাইছে। ফলস্বৰূপে সোণৰ মূল্যবৃদ্ধি হ'ব পাৰে আৰু প্ৰতি ১০ গ্ৰামত ৫৫,০০০ মূল্যলৈ বৃদ্ধি পাব পাৰে৷ ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত মাত্ৰ ১০ টকা হ্ৰাস পাইছিল। কালি অৰ্থাৎ ১৬ ফেব্ৰুৱাৰীত, য'ত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৫০ হাজাৰ ৪০০ টকা হৈছিলগৈ৷ ১০ টকাৰ হ্ৰাস হৈ সোণৰ মূল্য হয় ৫০ হাজাৰ ৩৯০ টকা। আনহাতে, বুধবাৰে ২২ কেৰেটৰ সোণৰ মূল্য আছিল প্ৰতি ১০ গ্ৰামত ৪৬,২০০ টকা আৰু আজি ১০ টকা হ্ৰাস হোৱাৰ পিছত ২২ কেৰেট সোণৰ মূল্য আছিল ৪৬,১৯০ টকা হয়। বৃহস্পতিবাৰে কলকাতাত সোণৰ মূল্যও বৃদ্ধি পাইছিল। অৰ্থাৎ ২২ কেৰেট, ২৪ কেৰেট আৰু ২২ কেৰেট হলমাৰ্কৰ সৈতে সোণৰ মূল্য বৃদ্ধি পাইছে। আজি কলকাতাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৫,০৭৫ টকা। প্ৰতি ১০ গ্ৰামত ৫০,৭৫০ টকা মূল্য। কালি গুৱাহাটীটো সমান্তৰাকৈ ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৫০০০ টকা আছিল। প্ৰতি ১০ গ্ৰামত দাম আছিল ৫০০০ টকা। আজি প্ৰতি গ্ৰামত দাম ৭৫ টকা বৃদ্ধি পাইছে। প্ৰতি ১০ গ্ৰামত দাম ৭৫০ টকা বৃদ্ধি পাইছে৷ আনহাতে, গহনা বজাৰৰ শ্বেয়াৰত সোণৰ মূল্য সামান্য বৃদ্ধি হোৱা দেখা গৈছে। টাইটান কোম্পানীৰ শ্বেয়াৰ আজি ০.৮৪ শতাংশ বৃদ্ধি হৈ ২,৫০৮.৭০ টকালৈ বৃদ্ধি পাইছে। ৰাজেশ এক্সপোৰ্টৰ শ্বেয়াৰৰ মূল্য ০.৪৫ শতাংশ বৃদ্ধি হৈ ৮২৩.৬৫ টকা হৈছিল। আনহাতে, বৈভৱ গ্লোবেলৰ শ্বেয়াৰৰ মূল্য -0.২৯ শতাংশ হ্ৰাস হৈ ৪২৯.৯৫ টকা হৈছে। লগতে কল্যাণ জুৱেলাৰৰ শ্বেয়াৰৰ ৬৩.৫০ টকা বিক্ৰী হৈছে। আৰু গোল্ডিয়াম ইণ্টাৰৰ শ্বেয়াৰৰ মূল্য ১.৫৬ শতাংশ বৃদ্ধি হৈ ৮৭৮.৯০ টকালৈ বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ