--°C
Loading...
Listen to Article
2 min read
80%
১৯ ফেব্ৰুৱাৰী,২০২২, শনিবাৰ মেষ ৰাশি: কাৰোবাৰ ভাল খবৰে মন আনন্দিত কৰিব। দিনটো পৰিশ্ৰম হ'ব যদিও মন আনন্দত থাকিব। সতৰ্কতা মানি চলক যিকোনো ক্ষেত্ৰত। শিক্ষাৰ্থীৰ শুভ। বৃষ ৰাশি: যিকোনো কামত সফল হʼব৷ কৰ্মক্ষেত্ৰত প্ৰশংসা। ব্যৱসায়ত বেমেজালি। সন্তানৰ শুভ। মিথুন ৰাশি: খং পৰিহাৰ কৰি চলক। শত্ৰুৰ পৰা সাৱধান। অহেতুক চিন্তাই মন ভাৰাক্ৰান্ত কৰি ৰাখিব। স্বাস্থ্যত শুভ। কৰ্কট ৰাশি: ভাগ্য উদয় হ’ব৷ আয় বৃদ্ধি৷ ব্যৱসায়ত সফল হʼব৷ প্ৰেমক গুৰুত্ব দিয়ক। পৰিয়ালত শান্তি। সিংহ ৰাশি: আৰ্থিক সমস্যা হ’ব পাৰে৷ নতুন সংযোগ হ’ব পাৰে৷ প্ৰেমত কাজিয়া। নতুন সংযোগ হʼব পাৰে। কন্যা ৰাশি: পৰিয়ালত শুভ৷ আৱেগিক চিন্তাবোৰ কমকে কৰক৷ খং-ৰাগে জীৱনত প্ৰভাৱ পেলাব পাৰে৷ শিক্ষাৰ্থীৰ শুভ। তুলা ৰাশি: স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক৷ কাহ-জ্বৰে আমনি কৰিব পাৰে৷ প্ৰেমত শুভ৷ ভ্ৰমণ নকৰিব। বৃশ্চিক ৰাশি: নতুন দায়িত্ব পাব পাৰে৷ কামত উৎসাহ বৃদ্ধি৷ প্ৰেমত শুভ৷ বাহিৰা বস্তু নাখাব। ধনু ৰাশি: কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ কামত লাভৱান হ’ব৷ সিদ্ধান্ত লওঁতে ভালকৈ লʼব৷ সমস্যা দূৰ হ’ব৷ মকৰ ৰাশি: দিনটো ভাল হʼব৷ পৰিশ্ৰম কৰক, ফল পাব৷ প্ৰশংসা লাভ কৰিব৷ প্ৰেমত শান্তি। কুম্ভ ৰাশি: প্ৰেমত শুভ৷ ঘৰলৈ আলহী আহিব। বিবাহ উপযোগ্য যুৱক-যুৱতীৰ ভাল খবৰ থাকিব। শিক্ষাৰ্থীৰ মধ্যম। মীন ৰাশি: স্বাস্থ্য পূৰ্বতকৈ উন্নত হ’ব ৷ ভাতৃ-ভগ্নীৰ লগত সম্পর্ক মধুৰ হ’ব৷ কর্মক্ষেত্ৰত কাৰো লগত বেছি হলিগলি নকৰিব, বিপদ হ’ব পাৰে৷ প্ৰেমত সন্দেহ বৃদ্ধি। আৰু পঢ়কঃ খাদ্য খাবলৈ নহয় ৰ’ব’ সুন্দৰীক চাবলৈহে ৰেষ্টুৰেণ্টত লাগিছে গ্ৰাহকৰ ভিৰ! ক’ত?

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা