--°C
Loading...
Listen to Article
2 min read
80%

নগাঁও : বিদ্যালয়তো সুৰক্ষিত নহয় ছাত্ৰী৷ এইবাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বিৰুদ্ধে শালীনতা হানি কৰাৰ গুৰুত্বৰ অভিযোগ বিদ্যালয়ৰ ছাত্ৰীৰ৷ সভ্য সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ কামপুৰ চাংচকী উচ্চ মাধ্যমিক বিদ্যালয়ত ৷

আৰু পঢ়িব পাৰিব : লংকাত খাদ্যত বিষক্ৰিয়াৰ ফলত দুটি শিশুৰ মৃত্যু

জানিবপৰা মতে বিদ্যালয়ত বাৰ্ষিক পৰীক্ষাৰ ফলাফলৰ বাবে হাতৰ কাম জমা দিবলৈ যোৱা এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক শিক্ষক নথকা অৱস্থাত লম্পট চকীদাৰ ভবানন্দ বৰাই অশালীন ব্যৱহাৰ কৰে৷ ছাত্ৰীগৰাকীয়ে পাছত পিতৃ মাতৃৰ আগত সকলো কথা বিৱৰি কয়৷

আৰু পঢ়িব পাৰিব : অন্তিম দিনা মহানগৰীত ৰথী-মহাৰথীৰ মনোনয়ন যাত্ৰা

এই সমগ্ৰ ঘটনা বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীক অৱগত কৰাত প্ৰধান শিক্ষকৰ লগতে স্থানীয় ৰাইজে বিদ্যালয়ত এখন সভা অনুষ্ঠিত কৰি লম্পট চকীদাৰ ভবানন্দ বৰাক বিদ্যালয়ৰ পৰা নিলম্বন কৰিবলৈ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে ৷ ৰাজহুৱা সভাতে আন কেইবাগৰাকী ছাত্ৰীকো লম্পট চকীদাৰ ভবানন্দ বৰাই অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ