--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আজি তৃতীয় পৰ্যায়ৰ মনোনয়নৰ অন্তিম দিন৷ সমষ্টি কঁপাই মনোনয়ন-পত্ৰ দিব বহুকেইজন হাইপ্ৰফাইল প্ৰাৰ্থীয়ে৷ আজি গুৱাহাটীত মনোনয়ন দিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ সোণাৰাম খেলপথাৰৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈ ৰেলীৰে মনোনয়ন দিবলৈ যাব মন্ত্ৰী শৰ্মাই৷

আৰু পঢ়িব পাৰিব : বৰাকত মিনি ছেক্ৰেটেৰিয়েট স্থাপনৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ !

মনোনয়নৰ সময়ত হিমন্তৰ সৈতে থাকিব উত্তৰ-পূবৰ ৬জন মুখ্যমন্ত্ৰী৷ মনোনয়ন পত্ৰ দিয়াৰ পূৰ্বে পুৱাই উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মহাপ্ৰভূ শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত আশীৰ্বাদ ল'লে মন্ত্ৰী ড৹ শৰ্মাই। জালুকবাৰীত প্ৰতাপী মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে জাতীয় পৰিষদৰ হৈ নিৰ্বাচনী যুঁজ দিব দলৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে৷

আৰু পঢ়িব পাৰিব : ‘অজাপ বিজেপিৰ বি’টিম’ – মন্তব্য দলত্যাগী নেতাৰ !

আনহাতে আজি মনোনয়ন দিব পূব গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী অসীমা বৰদলৈয়ে। তদুপৰি পশ্চিম গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ, ছয়গাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদেও দিব মনোনয়ন। বকোৰ কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাস, পূব গুৱাহাটীৰ অজাপ প্ৰাৰ্থী অদীপ কুমাৰ ফুকন, দিছপুৰৰ অজাপ প্ৰাৰ্থী প্ৰিন্স ফাইজুল হকেও মনোনয়ন-পত্ৰ প্ৰদান কৰিব আজিৰ দিনটোতে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ