--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপ্ৰতি ৰাহুল গান্ধী৷ উজনি অসমত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছৰ যুৱৰাজে৷ উজনিৰ ৩টাকৈ স্থানত অংশ ল’ব নিৰ্বাচনী প্ৰচাৰত৷ ডিব্ৰুগড়ৰ লাহোৱালত কলেজ শিক্ষাৰ্থীৰে কৰিব বাৰ্তালাপ কৰিব বুলিও জানিবলৈ পোৱা গৈছে৷

আৰু পঢ়িব পাৰিব :বিদ্যালয়ত ছাত্ৰীক অশালীন ব্যৱহাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ

ইপিনে চাবুৱাটো চাহ শ্ৰমিকৰ সৈতে মিলিত হ’ব আলোচনাত৷ ডুমডুমাত এখন ৰাজহুৱা সভাত অংশ ল’ব ৰাহুলে৷ আনহাতে কাইলৈ মৰিয়নি আৰু গহপুৰত অংশ ল’ব ৰাজহুৱা সভাত৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে ২১-২২ মাৰ্চত অসমলৈ পুনৰ আহিব প্ৰিয়ংকা গান্ধী৷

আৰু পঢ়িব পাৰিব :লংকাত খাদ্যত বিষক্ৰিয়াৰ ফলত দুটি শিশুৰ মৃত্যু

২১মাৰ্চত যোৰহাট-নাজিৰা-গোলাঘাটৰ ৰাজহুৱা সভাত অংশ ল’ব তেওঁ৷ ২২ত সৰুপথাৰ-কলিয়াবৰ-বটদ্ৰৱাৰ ৰাজহুৱা সভাত অংশ ল’ব প্ৰিয়ংকাই৷ বটদ্ৰৱা সত্ৰও দৰ্শন কৰিব প্ৰিয়ংকা গান্ধীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ