--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৫ নৱেম্বৰত ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে খেলিব। সেইদিনা বিৰাট কোহলীৰো জন্মদিন। তেওঁ ক্ৰিকেট খেলি ৩৫ সংখ্যক জন্মদিন উদযাপন কৰিব। সেই মেচৰ চাৰিদিন পূৰ্বেই কোহলীয়ে জন্মদিনৰ শুভেচ্ছা লাভ কৰিলে। পাকিস্তানী ক্ৰিকেটাৰ মহম্মদ ৰিজৱানে সেই শুভেচ্ছা জনায়।

মঙলবাৰে ইডেনত বাংলাদেশৰ বিৰুদ্ধে ৰিজৱানৰ পাকিস্তানে জয়লাভ কৰে। ইয়াৰ পিছত তেওঁক কোহলীৰ জন্মদিনত দক্ষিণ আফ্ৰিকাৰ খেলখনৰ বিষয়ে অৱগত কৰা হয়। ৰিজৱানে কয়, “৫ নৱেম্বৰ তেওঁৰ জন্মদিন, শুনি ভাল লাগে। আগতীয়াকৈ জন্মদিনৰ শুভেচ্ছা জনালোঁ। মই যদিও মোৰ জন্মদিন উদযাপন নকৰো।  কিন্তু বিৰাটৰ জন্মদিনৰ শুভেচ্ছা জনালোঁ। তেওঁৰ জন্মদিনত ৪৯তম শতক কৰাৰ আশা কৰিছো। লগতে আশা কৰোঁ যে তেওঁ বিশ্বকাপত ৫০টা শতক লাভ কৰিব।’

উল্লেখ্য যে বৰ্তমান কোহলীৰ হাতত আছে ৪৮ শতক। বৃহস্পতিবাৰে ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। সেইদিনা হ’ব পাৰে কোহলীৰ ৪৯ শতক। ভাৰতৰ ছেমি ফাইনেল কাৰ্যতঃ পূৰঠ। তেনে ক্ষেত্ৰত কোহলীয়ে ৫০ শতকৰ বাবে আৰু কমেও চাৰিখন মেচ লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ