--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আই পি এলৰ অৱশিষ্ট খেলৰ বাবে দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰ ডেৱাল্ড ব্রেভিছক চুক্তিবদ্ধ কৰা বুলি শুকুৰবাৰে ঘোষণা কৰে চেন্নাই ছুপাৰ কিংছে। 

IPL 2025 Chennai Super Kings sign Dewald Brevis as a replacement for the injured Gurjapneet Singh.
তেওঁ আঘাতপ্রাপ্ত পেচাৰ গুৰজাপনিট সিঙৰ স্থান পূৰাব। ব্রেভিছে ২০২৩ চনত অভিষেক ঘটোৱাৰ পাছত দুখন টি-২০ মেচত ভাগ লৈছে। ২০২৫ দক্ষিণ আফ্রিকা-২০ লীগত ১৮৪.১৭ষ্ট্ৰাইক ৰেটৰ জৰিয়তে ২৯১ ৰান গোটাইছিল ব্রেভিছে। 

২১ বছৰীয়া ব্রেভিছে ইয়াৰ আগেয়ে ২০২২ আৰু ২০২৪ সংস্কৰণৰ আই পি এলত মুম্বাই ইন্ডিয়ানছ দলৰ হৈ খেলিছিল। তেওঁ ১০ খন মেচত অংশ লৈছিল। এইবাৰ তেওঁ ২.২ কোটি টকাত চেন্নাইত যোগ দিয়ে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ