--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিংবদন্তি ক্রিকেট খেলুৱৈ শচীন তেণ্ডুলকাৰে তেওঁৰ ন্যাসৰ জৰিয়তে শিশুৰ কল্যাণৰ বাবে মেঘালয় চৰকাৰক সহায় কৰিব বুলি ঘোষণা কৰিছে। 

শনিবাৰে মেঘালয় চৰকাৰৰ বিষয়াই এই কথা জনায়। কেইদিনমান আগতে মেঘালয় ভ্ৰমণ কৰাৰ পাছতে তেণ্ডুলকাৰে তেওঁৰ সামাজিক মাধ্যমৰ যোগেদি এই কথা ঘোষণা কৰে। ইনস্টাগ্রামত তেণ্ডুলকাৰে কয়, 'আমাৰ যাত্ৰাত এটা খোজ আগলৈ। শিশুৰ কল্যাণৰ বাবে শচীন তেণ্ডুলকাৰ ফাউণ্ডেশ্যন, গেছ ফাউণ্ডেশ্যন আৰু মেঘালয় চৰকাৰে একেলগে কাম কৰিব।' 

অৱশ্যে ৰাজ্য চৰকাৰখনক টেন্ডুলকাৰে কিদৰে সহায় কৰিব সেই বিষয়ে বিষয়াজনে বিস্তৃতভাবে জনোৱা নাই

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ