--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : য়েমেনৰ বিদ্রোহীৰ দখলত থকা ৰাজধানী ছান্নাত দেওবাৰে সন্দেহযুক্ত আমেৰিকাৰ ক্ষেপণাস্ত্র আক্রমণত কমেও ৪জন লোকৰ মৃত্যু হয়। 

হুথীৰ দ্বাৰা নিয়ন্ত্ৰিত স্বাস্থ্য মন্ত্রালয়ে এই কথা কয়। ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে সামাজিক মাধ্যমত প'ষ্ট কৰা এটা বোম্বিং ভিডিঅ' অনুসৰি এই আক্রমণত নিহতৰ সংখ্যা বিদ্রোহীসকলে কৰা প্রাপ্তি স্বীকাৰতকৈ অধিক হ'ব পাৰে বুলি অনুমান কৰা হৈছে। 

স্বাস্থ্য মন্ত্ৰালয়ে কয় যে ছান্নাৰ এই আক্ৰমণৰ ফলত এটা ঘৰৰো ক্ষতি হয় আৰু ১৬জন লোক আহত হয়। অৱশ্যে, হুথীসকলে তেওঁলোকৰ নিৰাপত্তা আৰু সামৰিক নেতৃত্বৰ প্রাণহানি হোৱাৰ কথাটো ৰাজহুৱা কৰা নাই। অলপতে মধ্য প্রাচ্যৰ জলপৃষ্ঠত আমেৰিকাৰ জাহাজৰ ওপৰত আক্ৰমণ চলিছিল। ট্রাম্পে ইতিমধ্যে এটা ভিডিঅ'ত হুথীসকলক প্রত্যাহ্বান জনাইছে আৰু আমেৰিকাৰ জাহাজ কেতিয়াও ডুবাব নোৱাৰে বুলি প্ৰকাশ কৰিছে।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ