--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ছেটেলাইটৰ যোগাযোগৰ মাধ্যমেৰে দীৰ্ঘ দূৰত্বৰ পৰা প্ৰক্ৰিয়া চলাই প্ৰথমবাৰৰ বাবে চীনা চিকিৎসকে এই জটিল অস্ত্রোপচাৰ দুটা সম্পন্ন কৰে।

ডিজিটেল ডেস্ক : স্বাস্থ্য খণ্ডত শেহতীয়াকৈ চীনে এক অভূতপূর্ব সফলতা অৰ্জন কৰিছে। শেহতীয়াকৈ চীনৰ চিকিৎসকসকলে ছেটেলাইট প্রযুক্তি ব্যৱহাৰ কৰি ৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা সম্পাদন কৰিব পৰা ৰ'বটিক ছাৰ্জাৰী সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছে। এই অসাধাৰণ কাৰ্য সমাধান কৰি চীনা চিকিৎসকসকলে বিশ্বজনীনভাৱে স্বাস্থ্য যতন খণ্ডত এক বৈপ্লৱিক পৱির্তন আনিলে।


পি এল এ জেনেৰেল হস্পিটেলৰ চিকিৎসক প্ৰফেছৰ ৰং লিউৰ নেতৃত্বত এটা চিকিৎসকৰ দলে দূৰৱৰ্তী লুহাছৰ পৰা বেইজিঙত দুজন ৰোগীৰ যকৃতৰ দুটা জটিল অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰে। ছেটেলাইটৰ যোগাযোগৰ মাধ্যমেৰে দীৰ্ঘ দূৰত্বৰ পৰা প্ৰক্ৰিয়া চলাই প্ৰথমবাৰৰ বাবে চীনা চিকিৎসকে এই জটিল অস্ত্রোপচাৰ দুটা সম্পন্ন কৰে।


দূৰৱৰ্তী স্থানৰ পৰা এই নতুন ৰ'বটিক ছাৰ্জাৰী সফলতাৰে সম্পন্ন কৰি চীনে দুর্গম আৰু দুর্যোগ আক্রান্ত অঞ্চললৈ দূৰৱৰ্তী চিকিৎসা সেৱা প্ৰদান কৰাত থকা প্রত্যাহ্বান নোহোৱা কৰিলে। পৰম্পৰাগত ৫জি টেলিসংযোগৰ মাধ্যমেৰে চলোৱা এই ৰ'বটিক ছাৰ্জাৰীটো ৫০০০ কিল'মিটাৰ ব্যাসার্ধৰ দূৰত্বৰ পৰা সম্পাদন কৰিব পৰা যাব।



উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ