--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ অসমৰ চলচ্চিত্ৰ জগতৰ বাবে ৰাজ্য চৰকাৰৰ আন এক অভিলাষী আঁচনি। অসমীয়া চলচ্চিত্ৰলৈ প্ৰথমবাৰৰ বাবে ৰাজসাহায্য আগবঢ়োৱাৰ আঁচনি আজি শুভাৰম্ভ কৰা হয়। ১ কোটি টকা ব্যয়েৰে ৰূপায়ণ হ’ব এই অভিলাষী আঁচনি। সামৰি লোৱা হ’ব ৰাজ্যৰ মুঠ ৫৫খন চুটি ছবি, তথ্যচিত্ৰ। অনুষ্ঠানত ডঃ সঞ্জীৱ নাৰায়ণৰ প্ৰযোজনা আৰু মঞ্জু বৰাৰ পৰিচালনাৰে নিৰ্মিত এনিমেচন ছবি ‘সৰ্ব গুণাকৰ শ্ৰীমন্ত শংকৰদেৱ’লৈ ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ ‘জুৰিৰ বিশেষ বঁটা’ প্ৰদান কৰা হয়।

আৰু পঢ়িব পাৰিব : যোৰহাট-নগাঁৱত দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড !

এই অনুষ্ঠানতে ‘সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ’, ‘দূৰণিৰ নিৰলা পঁজা’, ‘gangs of North East’, ‘সীমা’,‘লীলাৰ পৰা লেইলালৈ’, ‘দ্বীপেন গান্ধী’ আদিৰ দৰে চলচ্চিত্ৰৰ প্ৰযোজক ‘প্ৰাগ নিউজ’ৰ মুখ্য পৰিচালন সঞ্চালক ডঃ সঞ্জীৱ নাৰায়ণলৈ ৰাজসাহায্যও আগবঢ়োৱা হয়।

আৰু পঢ়িব পাৰিব : শিল্পী, কলা-কুশলীক ৫০ হাজাৰকৈ আৰ্থিক সাহায্য চৰকাৰৰ…

অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱ কুমাৰ দলে, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেষ গোস্বামী আদি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ