--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : আহি আছে নতুন ছবি 'এক ভিলেইন ৰিটাৰ্নছ' ৷ ২০২২ৰ ১১ ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব লগা বলীউডৰ ছবিখনৰ আজি প্ৰথমখন পোষ্টাৰ টুইটাৰযোগে মুকলি কৰিলে ছবিখনত অভিনয় কৰা বলীউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহামে৷

আৰু পঢ়িব পাৰিব : ছ’চিয়েল মিডিয়াৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰ, ব্যৱস্থা গ্ৰহণক হুংকাৰ

https://twitter.com/TheJohnAbraham/status/1307870031951216640?s=20


মোহিত সুৰীয়ে পৰিচালনা কৰা এই ছবিখনত অভিনয় কৰিছে জন আব্ৰাহাম, অৰ্জুন কাপুৰ, দিশা পাটানি আৰু তাৰা ছুটাৰিয়াৰ দৰে জনপ্ৰিয় তাৰকাই৷ ছবিখনৰ পৰিচালক মোহিত সুৰীয়ে কয় যে, 'এক ভিলেইন' ছবিখনক যিদৰে সকলোৱে মৰম দিছে সেয়া আজিও সজীৱ৷ আশাকৰো পূৰ্বৰ দৰেই সকলোৱে আহিব লগা 'এক ভিলেইন ৰিটাৰ্নছ'ক মৰম দিব৷

আৰু পঢ়িব পাৰিব : উচ্চতম ন্যায়ালয়ত অখিল গগৈৰ জামিন আবেদনৰ শুনানি

জন আব্ৰাহামে টুইটত লিখিছে,‘এই কাহিনীটোৰ হিৰো হৈছে ভিলেইনজন’ ("Iss kahaani ka hero, villain hai! #EkVillainReturns)। উল্লেখ্য যে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰা 'এক ভিলেইন'ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল সিদ্ধাৰ্থ মালহোত্ৰা, শ্ৰদ্ধা কাপুৰ আৰু ৰিতেশ দেশমুখে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ