--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : নাৰ্কটিছ কন্ট্ৰ’ল ব্যুৰ' চমুকৈ এনচিবিয়ে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃ শ্বৌভিকসহ ৩৩ জনক আজি চাৰ্জশ্বিট দাখিল কৰিছে মুম্বাইৰ বিশেষ আদালতত৷ বিগত বৰ্ষৰ জুন মাহত আত্মহত্যা কৰা বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুটৰ ঘটনা সন্দৰ্ভত দাখিল কৰিছে এই চাৰ্জশ্বিট৷

আৰু পঢ়িব পাৰিব : বিধানসভা নিৰ্বাচনত যুঁজিবলৈ সাজু ৫জন সাংসদ!

জানিব পৰা মতে এনচিবিয়ে প্ৰায় ১২,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছে৷ ড্ৰাগছ কাণ্ডত জড়িত থকাৰ বাবে অভিনেত্ৰী আৰু তেওঁৰ ভাতৃসহ প্ৰায় ৩৩জনক গ্ৰেপ্তাৰ কৰিছিল৷ অৱশ্যে ইয়াৰে অধিকাংশই জামিনলাভ কৰিলে যদিও বৰ্তমানেও জিম্মাত আছে ৮জন লোক৷

আৰু পঢ়িব পাৰিব : ৯২টা সমষ্টিত হ’ব বিজেপিৰ যুঁজ : অগপ-ইউপিপিএললৈ এৰিলে বাকী সমষ্টি

উল্লেখ্য যে সুশান্ত সিঙৰ আত্মহত্যাৰ ঘটনাৰ বৰ্তমানেও তদন্ত চলাই ৰখা হৈছে বুলি জানিবলৈ দিয়ে এনচিবিয়ে৷ লগতে এতিয়াও বহুকেইজন চিনাক্ত হ'বলৈ বাকী আছে বুলিও জনায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ