--°C
Loading...
Listen to Article
2 min read
80%

ইন্দোৰ : ষ্টেণ্ড আপ কমেডিয়ান মুনাৱাৰ ফাৰুকীৰ জামিনৰ আবেদন আজি মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে নাকচ কৰে। মুনাৱৰ আৰু আন চাৰিজন কৌতুক অভিনেতাক তেওঁলোকৰ অনুষ্ঠানৰ সময়ত ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ অভিযোগত ২ জানুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল।

আৰু পঢ়িব পাৰিব : বিপদ বৃদ্ধি ‘তাণ্ডৱ’ৰ নিৰ্মাতা, শিল্পীৰ


স্থানীয় সংগঠনৰ মুৰব্বী একলব্য সিং গৌৰ, স্থানীয় বিজেপি বিধায়ক আৰু ইন্দোৰৰ প্ৰাক্তন মেয়ৰ মালিনী গৌৰৰ অভিযোগৰ ভিত্তিত মুনাৱৰ ফাৰুকী, নলীন যাদৱ, এডৱিন এন্থনী, প্ৰখৰ ব্যাস আৰু প্ৰিয়ম ব্যাসক গ্ৰেপ্তাৰ কৰা হৈছিল। অভিযোগ অনুসৰি মুনাৱাৰ ফাৰুকীয়ে এটা অনুষ্ঠানত হিন্দু দেৱতা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিষয়ে অভব্য মন্তব্য কৰিছিল।

আৰু পঢ়িব পাৰিব : ১৮গৰাকী নাৰীক হত্যা, ২১টা গোচৰ, গ্ৰেপ্তাৰ ভয়ংকৰ অপৰাধী

এই অভিযোগৰ পাছতে স্থানীয় আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ কিন্তু মুনাৱাৰৰ অধিবক্তাৰ যুক্তি অনুসৰি কমেডিয়ানজনক কমেডি শ্ব'ৰ আয়োজকসকলে আমন্ত্ৰণ জনাইছিল আৰু তেওঁ অভিযোগ কৰাৰ দৰে একো মন্তব্য কৰা নাছিল। কিন্তু আদালতে ইয়াক অস্বীকাৰ কৰি কয় যে যিহেতু তদন্ত এতিয়াও চলি আছে, আপত্তিজনক মন্তব্যৰ সম্ভাৱনা অস্বীকাৰ কৰিব নোৱাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ