--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী উদ্যোগপতিয়ে। ঔদ্যোগিক খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে এক গুৰুত্বপূ্ৰ্ণ স্বীকৃতি লাভ কৰিছে উদ্যোগপতিগৰাকীয়ে। ‘এছিয়াৱান’-এ আগবঢ়োৱা ৪০ বছৰৰ অনুৰ্ধ এছিয়াৰ ৪০ জন আটাইতকৈ প্ৰভাৱশালী নেতাৰ পুৰস্কাৰ লাভ কৰিছে অসমৰ উদ্যোগপতি ড০ ঘনশ্যাম দাস ধানুকাই। লণ্ডনত অনুষ্ঠিত এটা অনুষ্ঠানত এই স্বীকৃতি লাভ কৰি অসমৰ লগতে দেশকো গৌৰৱান্বিত কৰিছে ধানুকাই।

সামাজিক আৰু ব্যৱসায়িক ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বাবে ড০ ঘনশ্যাম দাস ধনুকাক এই স্বীকৃতি প্ৰদান কৰা হৈছে। ইয়াৰ পূৰ্বে এই বঁটা  প্ৰণৱ আদানি, অনন্যা বিৰলা আৰু অনন্ত গোয়েংকাকে ধৰি বিশিষ্ট উদ্যোগপতিসকলে লাভ কৰিছিল। এই বছৰ, অনুষ্ঠানটো লণ্ডনত ১৭ সংখ্যক এছিয়া-ইউৰোপ ব্যৱসায় আৰু সামাজিক মঞ্চ ২০২২-ৰ অংশ হিচাপে অনুষ্ঠিত হৈছিল আৰু ইয়াত ইউৰোপ, এছিয়া, আমেৰিকা যুক্তৰাজ্য আৰু আফ্ৰিকাৰ ব্যৱসায়িক আৰু সামাজিক ক্ষেত্ৰৰ নেতাসকলে অংশগ্ৰহণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ