--°C
Loading...
Listen to Article
2 min read
80%

নগাঁও : আয়তীৰ উৰুলি, বিয়া নাম আৰু বেণ্ডৰ শব্দই দেওবাৰে মুখৰিত কৰিলে নগাঁও মৰিকলঙৰ ধেপাজান অঞ্চল ৷ নগাঁৱৰ ধেপাজান কোটায়ানী নামঘৰত একেলগে আনুষ্ঠানিকভাৱে বিয়াত বহিল ২২ যোৰা দৰা-কইনা ৷

আৰু পঢ়িব পাৰিব : চকুৰ সন্মুখতে উটি গৈছিল প্ৰিয়জন, আমি অসহায় হৈ চাই ৰৈছিলোঁ…

কোটায়ানী নামঘৰ পৰিচালনা সমিতিয়ে আয়োজন কৰা এই সমুহীয়া বিয়াখনক লৈ দেওবাৰে মৰিকলং ধেপাজান অঞ্চলতে সৃষ্টি হ’ল এক আনন্দমুখৰ পৰিৱেশ ৷ আয়তীসকলে পানী তুলি বিয়ানাম গাই মাহ-হালধি সানি নোৱালে-ধোৱালে দৰা- কইনাসকলক৷ হাতে হাতে উপহাৰলৈ বিয়া খাবলৈ অহা আত্মীয় - শুভাকাংক্ষীয়ে আশীৰ্বাদ দিলে ২২ যোৰা দৰা -কইনাক৷

আৰু পঢ়িব পাৰিব : ৰাইজক মিছা সপোন দেখুৱাইছে মোদীয়ে: অসম প্ৰদেশ কংগ্ৰেছ

উল্লেখ্য অভিভাৱকহীন আৰু আৰ্থিক সমস্যাৰ বাবে সামাজিক প্ৰথাৰে বিবাহপাশত আবদ্ধ হ'ব নোৱাৰা দম্পতী সকলক সকাহ দিয়াৰ উদ্দেশ্যে ধেপাজান কোটায়ানী নামঘৰত আয়োজন কৰা এই সমূহীয়া বিয়াই সকাহ দিলে বহু কেইটা পৰিয়ালক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ