--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ লগে লগে ৰাজ্যত চলিছে ‘ফ্লাইং স্কোৱাড’ৰ অভিযান৷ ২৭ ফেব্ৰুৱাৰীৰ পৰা সমগ্ৰ ৰাজ্যত চলিছে ‘ফ্লাইং স্কোৱাড’ৰ অভিযান৷ এই পৰ্যন্ত ৬৪ লাখ ৪৩ হাজাৰ নগদ ধন উদ্ধাৰ হৈছে সমগ্ৰ ৰাজ্যত৷ ৫৩ লাখ ৫৮ হাজাৰ টকাৰ সুৰা জব্দ হৈছে সমগ্ৰ ৰাজ্যত৷

আৰু পঢ়িব পাৰিব : বিধানসভা নিৰ্বাচনত যুঁজিবলৈ সাজু ৫জন সাংসদ!

২৭ ফেব্ৰুৱাৰীত জব্দ ২০ লাখ ৭০ হাজাৰ নগদ ধন আৰু ১২ হাজাৰ লিটাৰ সুৰা৷ ২৮ ফেব্ৰুৱাৰীত জব্দ ১০ হাজাৰ লিটাৰ সুৰা৷ ১ মাৰ্চত জব্দ ৩৪ লাখ ২৮ হাজাৰ ৬০৫ নগদ ধন আৰু ২৭ হাজাৰ লিটাৰ সুৰা৷

আৰু পঢ়িব পাৰিব : ৯২টা সমষ্টিত হ’ব বিজেপিৰ যুঁজ : অগপ-ইউপিপিএললৈ এৰিলে বাকী সমষ্টি

২ মাৰ্চত জব্দ ৫ লাখ ৬২ হাজাৰ ৯০ নগদ ধন আৰু ৩৭ হাজাৰ লিটাৰ সুৰা৷ ৩ মাৰ্চত ৩৮ লাখ ২ হাজাৰ ৪০০ নগদ ধন আৰু ২৩ হাজাৰ লিটাৰ সুৰা৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ