--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : বিধানসভা নিৰ্বাচনত যুঁজিবলৈ সাজু ৰাজ্যৰ ৫জন সাংসদ৷ প্ৰাৰ্থী হোৱাৰ দিশে বিজেপিৰ সাংসদ তপন গগৈ, পল্লৱলোচন দাস, কামাখ্যা প্ৰসাদ তাছা, নৱ কুমাৰ শৰণীয়া, কংগ্ৰেছৰ ৰিপুণ বৰা৷ আটাইকেইজন সাংসদে আগন্তুক বিধানসভাতো প্ৰতিদ্বন্দ্বিতা কৰা পূৰ্ণ সম্ভাৱনা আছে৷

আৰু পঢ়িব পাৰিব : ৯২টা সমষ্টিত হ’ব বিজেপিৰ যুঁজ : অগপ-ইউপিপিএললৈ এৰিলে বাকী সমষ্টি

মৰিয়নি সমষ্টিৰ প্ৰাৰ্থী হ’ব পাৰে সাংসদ কামাখ্যা প্ৰসাদ তাছা, বৰমাৰ প্ৰাৰ্থী হোৱাৰ দিশে সাংসদ নৱ কুমাৰ শৰণীয়া, গহপুৰত কংগ্ৰেছ প্ৰাৰ্থী হ’ব ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা, শিৱসাগৰত প্ৰাৰ্থী হোৱাৰ দিশে সাংসদ তপন গগৈ, বিহালীত প্ৰাৰ্থী হোৱাৰ দিশে পল্লৱলোচন দাস৷

আৰু পঢ়িব পাৰিব : মাত্ৰ ১০০ টকাতে সোণৰ ৰেজৰেৰে কৰাওক ক্ষৌৰকৰ্ম

উল্লেখ্যে যে এইবাৰ চৰ্চাত থকা শিৱসাগৰ সমষ্টিত যুঁজ দিবলৈ ৰাইজৰ দলৰ সভাপতি কাৰাৰুদ্ধ অখিল গগৈৰ বিৰুদ্ধে বিজেপিয়ে তপন গগৈক থিয় কৰোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ