--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপুনি দৈনিক ফলমূল খায় তেন্তে ৰোগে আপোনাক স্পৰ্শ কৰিব নোৱাৰে। ফলত বহু ধৰণৰ ভিটামিন পোৱা যায়, যাৰ বাবে আমি শৰীৰত ভাগৰুৱা, দুৰ্বলতা অনুভৱ নকৰো। ইয়াৰ লগতে ফলমূলৰ সেৱনে আমাৰ ছালখনো উন্নত কৰে। আজি আমি আপোনালোকক ক'ম গৰমৰ দিনত দৈ আৰু পেটৰ বাবে উপকাৰী ফলৰ পৰা তৈয়াৰী কৰা চাটৰ ৰেচিপি। চাটৰ নাম শুনিলেই আপুনি ভাবে যে ইয়াত বহুতো টেঙা মছলা থাকে কিন্তু আজি আমি দৈ আৰু ফলৰ পৰা তৈয়াৰী ফলৰ চাট বনাবলৈ শিকাম। এই মিঠা আৰু সোৱাদভৰা চাটটো আপোনালোকে নিশ্চয় ভাল পাব।



দৈ-ফল চাটৰ বাবে প্ৰয়োজনীয় উপাদান

১)ক্ৰীম ৪০০ গ্ৰাম (ইচ্ছা কৰিলে গ্ৰীষ্মকালত মিঠা দৈ ব্যৱহাৰ কৰিব পাৰে)।

২)চেনি ১০০ গ্ৰাম

৩)এটা আপেল

৪)আধা ডালিম

৫)আধা অমিতা

৬)এটা পীচ

৭)এক চতুৰ্থাংশ আনাৰস

৮)কেইটামান আলমণ্ড

৯)আঙুৰ


সজাবৰ বাবে

পিষ্টা আৰু চেৰীৰ সৰু সৰু টুকুৰা


দৈ-ফলৰ চাট কেনেকৈ বনাব

১)প্ৰথমে এটা পাত্ৰত ক্ৰীম বা দৈ আৰু চেনি দুয়োটা ভালদৰে মিহলাই দিব লাগে।

২)আপেল, ডালিম, অমিতা, পীচ, আনাৰস আৰু আলমণ্ড মিহলাই দৈৰ লগত মিহলাই লওক।

৩)ঠাণ্ডা হ’বলৈ আধা ঘণ্টা ফ্ৰীজত ৰাখিব।

৪)নিৰ্ধাৰিত সময়ৰ পিছত প্ৰস্তুত কৰা মিশ্ৰণটোত চেৰী আৰু পিষ্টা মিহলাই দিব।



আপোনাৰ দৈ-ফলৰ চাট সাজু হৈছে। গ্ৰীষ্মকালত ইয়াৰ সোৱাদ লওক। শৰীৰে পুষ্টি লাভ কৰাৰ লগতে শীতলতা লাভ কৰিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ