--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শাহুৱেক অৱন্তী হাজৰিকাক শাস্তিৰ দাবী সকলোৰে ৷ ওচৰ-চুবুৰীয়া, আত্মীয়ই কয় যে শাহু-বোৱাৰীৰ মাজত প্ৰায়ে হয় কাজিয়া।

ডিজিটেল ডেস্কঃ  গোলাঘাট জিলাৰ চাৰিঙ্গীয়াত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা । বুকুত তিনিবছৰীয়া সন্তানক বান্ধি পুখুৰীত জাপ মাতৃৰ ।


শাহুৱেকৰ অত্যাচাৰ সহিব নোৱাৰি কণমানি পুত্ৰসহ জাঁপ দিলে পুখুৰীত । স্থানীয় ৰাইজে পুখুৰীৰ পৰা উদ্ধাৰ কৰে মাতৃ-পুত্ৰৰ নিথৰ দেহ । মৃত মাতৃ-পুত্ৰৰ নাম মনিষা হাজৰিকা আৰু অনুপম হাজৰিকা।


শাহুৱেক অৱন্তী হাজৰিকাক শাস্তিৰ দাবী সকলোৰে ৷ ওচৰ-চুবুৰীয়া, আত্মীয়ই কয় যে শাহু-বোৱাৰীৰ মাজত প্ৰায়ে হয় কাজিয়া।


মাতৃৰ সৈতে কাজিয়া লাগি থকাৰ কথা স্বীকাৰ স্বামীৰ। পুৱাৰ ভাগত স্বামী কামলৈ ওলাই যোৱাৰ পাছতে এই কৰুণ ঘটনা সংঘটিত হয়। মাতৃ যদি দোষী সাব্যস্ত হয় তেন্তে মাতৃয়ে শাস্তি পাওক বুলি মন্তব্য তেওঁ মন্তব্য কৰে।


ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত । সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।


দণ্ডাধীশৰ লগতে ঢেকীয়াল আৰু গোলাঘাট আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটি মৰোণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ