--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পানীত থকাৰ পাছতো জুবিনক বচাবলৈ কিয় নগ'ল বুলি সাংবাদিকে সোধাত দেৱজ্যোতিয়ে দিলে চালে বেৰে কোবোৱা উত্তৰ।

ডিজিটেল ডেস্কঃ  SIT জেৰাৰ অন্তত প্ৰথমবাৰৰ বাবে মুখ খুলিলে অসম অসম এছʼচিয়েচনৰ সম্পাদক দেৱজ্যোতি হাজৰিকাই। য়ট পাৰ্টীৰ কথা সংবাদ মাধ্যমক সদৰী কৰিলে দেৱজ্যোতিয়ে।


য়টত আছিল ছিংগাপুৰৰ ১১ জন প্ৰবাসী অসমীয়া।  দেৱজ্যোতি হাজৰিকাই কয় যে ''আমি ১০ জনেই SITৰ সন্মুখত উপস্থিত হৈছো। জুবিন গাৰ্গৰ Justiceও বিচাৰিছো।''


ছিংগাপুৰৰ আৰক্ষীৰ তদন্ততো আমি সহযোগিতা কৰিছোঁ। তন্ময় ফুকনে আমাক য়ট পাৰ্টীৰ বাবে যোগাযোগ কৰিছিল।


উল্লেখ্য যে সংবাদ মাধ্যমৰ প্ৰশ্নত বাৰে বাৰে গা এৰা মন্তব্য দেৱজ্যোতিৰ, সাংবাদিকে সোধে এটা, দেৱজ্যোতিয়ে কয় বেলেগ এটা কথা।


দেৱজ্যোতিয়ে কয় যে ''য়ট যাত্ৰাৰ কিছু ভিডিঅ' মইয়ো আৱদ্ধ কৰিছিলো। দুৰ্ঘটনা সংঘটিত হোৱা সময়ত ময়ো পানীত আছিলো।''


পানীত থকাৰ পাছতো জুবিনক বচাবলৈ কিয় নগ'ল বুলি সাংবাদিকে সোধাত দেৱজ্যোতিয়ে দিলে চালে বেৰে কোবোৱা উত্তৰ।


মই তেতিয়া ইমাৰ্জেন্সী কল কৰাত ব্যস্ত আছিলোঁ বুলি ক'লে দেৱজ্যোতিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ