--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ক্রিকেট ব'ৰ্ডে ২০২৪-২০২৫ ছিজনৰ (১ অক্টোবৰ, ২০২৪-ৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২৫) বাবে কেন্দ্রীয় চুক্তিৰ তালিকা প্রকাশ কৰিছে। এই তালিকাত ১৬গৰাকী মহিলা ক্রিকেটাৰক অন্তর্ভুক্ত কৰা হৈছে। 

তেওঁলোকক তিনিটা গ্ৰেডত ভাগ কৰা হৈছে। সেই তালিকা অনুসৰি গ্রেড 'এ'ত আছে অধিনায়িকা হৰমনপ্রীত কৌৰ, স্মৃতি মান্ধানা আৰু দীপ্তি শর্মা। এই তিনি তাৰকা যোৱা বছৰতো শীর্ষ গ্রেডত আছিল। 

গ্রেড 'বি'ত স্থান পাইছে ৪ ক্রিকেটাৰে। তেওঁলোেক হ'ল ৰেণুকা ঠাকুৰ, জেমিমা ৰড্ৰিগুৱেজ, ৰিচা ঘোষ আৰু শ্বেফালী বার্মা। আনহাতে, গ্রেড 'চি'ত ৯গৰাকীয়ে স্থান লাভ কৰিছে। 

তেওঁলোকৰ মাজত আছে অসমৰ উমা চেত্ৰী, মস্তিকা ভাটিয়া, ৰাধা যাদৱ, শ্রেয়ংকা পাটিল, তিতাছ সাধু, অৰুন্ধতী ৰেড্ডী, অমানজ্যোতি কৌৰ, স্নেহ মানা আৰু পূজা ভাষ্ট্ৰেকাৰ।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি