--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ এদিনীয়া ভ্ৰমণসূচীৰে পুনৰ অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিয়লি ৫টা বিদ্ৰোহী সংগঠনৰে শান্তি চুক্তি সম্পন্ন কৰাৰ মানসেৰে ডিফুত উপস্থিত হয়৷ গৃহমন্ত্ৰীৰ উপস্থিতিত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ সম্পন্ন হয় ক্ৰমে KPLT, KLNLF, UPLF, PDCK আৰু KLFৰ লগত।

আৰু পঢ়িব পাৰিব : ‘নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তকৰ জন্মস্থানত উপস্থিত হৈ মই গৌৰৱান্বিত’- অমিত শ্বাহ

প্ৰথমে নগাঁৱৰ পুৰণিগুদামৰ ‘মহা-মৃত্যুঞ্জয়’ মন্দিৰত অনুষ্ঠিত হোৱা যজ্ঞত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে৷ যজ্ঞ সম্পন্ন হোৱাৰ পাছতে বটদ্ৰৱালৈ গমন কৰে শ্বাহে৷ বটদ্ৰৱাত ১৮৮ কোটিটকীয়া প্ৰকল্প উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে৷

আৰু পঢ়িব পাৰিব : যুদ্ধবিৰতি : শান্ত হ’ব জম্মু-কাশ্মীৰৰ ভাৰত-পাকিস্তান সীমান্ত

গৃহমন্ত্ৰীগৰাকীয়ে ডিফু ভ্ৰমণৰ বাবে যোৱাৰ পূৰ্বে অমিত শ্বাহ, সোণোৱাল, হিমন্তৰ প’ষ্টাৰৰ লগতে তুলিৰাম ৰংহাঙৰ প’ষ্টাৰে কাৰ্বি আংলঙৰ ৰাষ্ট্রীয় ঘাইপথ ভৰি পৰা পৰিলক্ষিত হয়। উক্ত সমাৱেশস্থলীত ৫ লক্ষাধিক লোক উপস্থিত হোৱা দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ