--°C
Loading...
Listen to Article
2 min read
80%

লণ্ডন : এজন নৃশংস হত্যাকাৰীৰ কাহিনীয়ে শেহতীয়াকৈ আলোড়নৰ সৃষ্টি কৰিছে। এই অপৰাধীজনে এজন লোকক হত্যা কৰি তেওঁৰ হৃদপিণ্ড উলিয়াই আলুৰে ৰান্ধি খুৱাইছিল আন কেইজনমান লোকক। তিনিজনকৈ লোকক হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত হোৱা লোকজনৰ নৃশংসতাৰ বিষয়ে কালি মাৰ্কিন সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

আৰু পঢ়িব পাৰিব :ভাৰত বন্ধ : ব্যৱসায়িক সংস্থাৰ বন্ধত দেশত মিশ্ৰিত প্ৰভাৱ

আমেৰিকাৰ ওকলাহোমাৰ এই অপৰাধীজনে তেওঁ হত্যা কৰা এজন লোকৰ হৃদপিণ্ড ৰান্ধি তেওঁৰ অপৰাধৰ আন ভুক্তভোগী কেইবাজনো লোকক খুৱাইছিল আৰু তাৰ পাছত তেওঁলোকৰ ওপৰতো আক্ৰমণ চলাইছিল। লৰেন্স পল এণ্ডাৰছন নামৰ অপৰাধীজনে সংঘটিত কৰিছিল এই জঘন্য কাণ্ড। নিজৰ চুবুৰীয়া এজন লোকক ছুৰীকাঘাতেৰে হত্যা কৰি এণ্ডাৰচনে তেওঁৰ দেহৰ অংগ কাটি উলিয়াইছিল।

আৰু পঢ়িব পাৰিব :অযোধ্যাৰ ৰাম মন্দিৰলৈ দান দিলে সংখ্যালঘু বিধায়কে

মৃত লোকজনক হৃদপিণ্ড উলিয়াই তেওঁ নিজৰ খুৰাকৰ ঘৰলৈ গৈছিল আৰু তাতে সেয়া খুড়াক-খুড়ীয়েকক ৰান্ধি খুৱাবলৈ চেষ্টা কৰিছিল। লোকজন পিছত তেওঁৰ খুড়াক আৰু তেওঁৰ চাৰিবছৰীয়া নাতিক হত্যা কৰে। খুড়ীয়েকো গুৰুতৰভাৱে আহত হয় বিকৃত মানসিকতাৰ অপৰাধীজনৰ আক্ৰমণত। আৰক্ষীয়ে আদালতত দাখিল কৰা চাৰ্ছ ৱাৰেণ্টত এই বিষয়ে প্ৰকাশ কৰিছে। অপৰাধীজনে মঙলবাৰে আদালতত নিজৰ অপৰাধ স্বীকাৰ কৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ