--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ লোকবন্ধু হস্পিটেলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। জুইৰ লেলিহান শিখাই আগুৰি ধৰে সমগ্ৰ হস্পিটেলখন। যাৰ বাবে চিকিৎসালয়খনত হঠাতে এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ 

অট্টালিকাটোৰ দ্বিতীয় মহলাৰ পৰা ওলোৱা জুইয়ে অতি কম সময়ৰ ভিতৰতে ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷ এই ঘটনাৰ পাছতেই হস্পিটেলখনত ভৰ্তি হৈ থকা ৰোগীসকলক উদ্ধাৰৰ চেষ্টা কৰে আৰক্ষী, উদ্ধাৰকাৰীৰ দলে আৰু সকলো ৰোগীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 

ইতিমধ্যে এজন ৰোগীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আনহাতে হস্পিটেলখনৰ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ দলে। লগতে ৰোগীসকলক অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে হস্পিটেলখনত প্ৰায় ২০০ ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি আছিল।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ