--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : জাহাজত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা কৰিছে অসম জাতীয় পৰিষদে। নৱগঠিত দলটোৱে আজি তেওঁলোকৰ প্ৰতীকৰ বিষয়ে সদৰি কৰে। সমাগত বিধানসভা নিৰ্বাচনত ‘জাহাজ’ক প্ৰতীক হিচাপে গ্ৰহণ কৰি অসম জাতীয় পৰিষদ ৰণত নামিব৷ নদীৰ দুয়ো পাৰৰ মানুহৰ লগত সমন্বয় স্থাপনৰ প্ৰতীক হিচাপে এই চিহ্ন গ্ৰহণ কৰিছে বুলি দলটোৱে প্ৰকাশ কৰিছে৷

আৰু পঢ়িব পাৰিব :‘ডিনাৰ ৰাজনীতি’ : আজমলৰ বাসভৱনত তেজস্বী যাদৱৰ নৈশ ভোজন

আজি হোটেল ‘প্ৰাগ কণ্টিনেণ্টেল’ত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰি কৰে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে৷ তেওঁ কয়, জাতীয়তাবাদৰ প্ৰতি ৰাইজৰ আস্থা অটুট আছে৷ অপপ্ৰচাৰ চলাই এই আদৰ্শক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে একাংশই৷ কিন্তু অসমৰ ৰাইজ বিভ্ৰান্ত নহয় বুলি তেওঁ আশা কৰে৷

আৰু পঢ়িব পাৰিব :প্ৰথমবাৰৰ বাবে ৩ শ্ৰেণীৰ লোকলৈ বিশেষ ব্যৱস্থা : গুৰুত্বপূৰ্ণ ঘোষণা ৰাজ্যিক নিৰ্বাচনী আয়োগৰ

ইপিনে, ২৫ ফেব্ৰুৱাৰীত ৰাজনৈতিক দল হিচাপে পঞ্জীকৃত হয় অজাপ৷ অজাপৰ পঞ্জীয়ন নম্বৰ 56/161/2020-2021PPS-1 বুলি দলটোৱে সদৰি কৰে৷ ৰাষ্ট্রীয় দলৰ বোকোচাত উঠি নিৰ্বাচন নেখেলে বুলি স্পষ্ট কৰি দিয়ে দলৰ মূল গুৰি ধৰোঁতা লুৰিণজ্যোতি গগৈয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ