--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : বিধানসভা নিৰ্বাচনলৈ মাজত মাথোন এমাহ বাকী৷ এনে সময়তেই সকলো ৰাজনৈতিক দল ব্যস্ত এতিয়া ভোটৰ অংকত৷ তাৰ মাজতেই এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে কৰিছে ‘ডিনাৰ ৰাজনীতি’৷

আৰু পঢ়িব পাৰিব : প্ৰথমবাৰৰ বাবে ৩ শ্ৰেণীৰ লোকলৈ বিশেষ ব্যৱস্থা : গুৰুত্বপূৰ্ণ ঘোষণা ৰাজ্যিক নিৰ্বাচনী আয়োগৰ

এইবাৰ আজমলৰ চৰকাৰী বাসভৱনত 'ৰাষ্ট্ৰীয় জনতা দল'ৰ নেতা তেজস্বী যাদৱৰ নৈশ ভোজন৷ আজমলৰ বাসভৱনত নৈশ আহাৰ গ্ৰহণ কৰি আলোচনা তেজস্বীৰ৷ উল্লেখ্য যে, কংগ্ৰেছ আৰু এআইইউডিএফৰ মহাজোঁটবন্ধনৰ প্ৰতি সমৰ্থন জনাইছে তেজস্বীয়ে৷

আৰু পঢ়িব পাৰিব : অসমৰ ৰাজনীতিতো তেজস্বী যাদৱ! বিৰোধী মহাজোঁটৰে চামিলৰ সম্ভাৱনা

‘ভাৰতীয় সংবিধান এতিয়া বিপদত৷ মহাজোঁটবন্ধনক লৈ স্থানীয় নেতাই ল’ব সিদ্ধান্ত।' আলোচনাৰ পাছতে এই মন্তব্য কৰে লালুপুত্ৰ তেজস্বীয়ে৷ ইপিনে চাহ শ্ৰমিকৰ সমস্যা, বন্ধ হৈ থকা কাগজ কলমুকলিৰ দৰে বিষয়ত গুৰুত্ব দিবলৈ মহাজোঁটবন্ধনক আহ্বান জনায় তেওঁ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ