--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জন্মসূত্ৰে তেওঁ শ্ৰীলংকাৰ। অৱশ্যে, গ্লেমাৰ জগতৰ জনপ্ৰিয় হৈছে জেকলিন ফাৰ্নাণ্ডেজ নামেৰে। অভিনয় দক্ষতাৰ উপৰি সাজ-পোছাক পৰিধানৰ ধাৰণাটোৰ বাবেও তেওঁৰ আছে বিশেষ খ্যাতি। জেকলিনক কেন্দ্ৰ কৰি প্ৰায়েই ৰাজহুৱা স্থানত নানা বিষয়ক লৈ হয় চৰ্চা। শেহতীয়াকৈ পুনৰ তেনে এক ঘটনা পোহৰলৈ আহিছে।

মুম্বাইৰ ৰাজপথত দেখিবলৈ পোৱা গ’ল এইগৰাকী অভিনেত্ৰীক।  ‘বচ্চন পাণ্ডে’ৰ অভিনেত্ৰীগৰাকীয়ে পিন্ধিছিল গাখীৰৰ দৰে বগা পুৰণি ষ্টাইলৰ ছালৱাৰ কামীজ। বুকুৰ ওপৰভাগ ওৰণিৰে আৱৰা। চকুত চশমা আৰু হাতত এটা পানীৰ বটল। মুকুতাৰ দৰে হাঁহি এটা মাৰি কেমেৰাৰ সন্মুখত প’জ দিলে জেকলিনে। ভিডিঅ’টো প্ৰকাশ পোৱাৰ পাছতে মুগ্ধ হৈ পৰিছে অনুৰাগী। ইয়াৰ মাজতে একাংশৰ চকু গ’ল আন ঠাইলৈ।

অভিনেত্ৰী গৰাকীৰ বাওঁ গালত এয়া কিহৰ দাগ? ভালপোৱাৰ কামোৰ নহয়তো? পিছে কোনে কামুৰিলে অভিনেত্ৰীৰ গালত? এতিয়া এই কথাটোক লৈয়ে আৰম্ভ হৈছে অন্তহীন জল্পনা-কল্পনাৰ।

বিগত মাহত ইডিয়ে জেকলিনৰ প্ৰায় ৬.৫ কোটি টকাৰ সম্পত্তি জব্দ কৰিছিল। ইডিৰ মতে, অভিনেত্ৰীগৰাকীয়ে সুকেশৰ সৈতে হাত মিলাইছে। পুৰণি গোচৰত জড়িত হ’বলৈ তেওঁ প্ৰায়ে আদালতলৈ যাবলগীয়া হয়। তাৰে মাজতে অভিনেত্ৰীগৰাকীৰ এনে কথাবোৰে হাঁহিৰ খোৰাক দিছে অনুৰাগীক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ