--°C
Loading...
Listen to Article
2 min read
80%

জম্মু : জম্মু-কাশ্মীৰলৈ কেন্দ্ৰই শান্তি তথা স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে। একেদৰে উপত্যকাটোত বিভিন্ন উন্নয়নমূলক কামো চলিছে। তাৰ মাজতে আজি জম্মু-কাশ্মীৰত উপস্থিত হৈছে ২০জনকৈ বিদেশী দূত তথা জ্যেষ্ঠ কূটনীতিকৰ এটা দল। দুদিনীয়া ভ্ৰমণসূচীৰে এই কূটনীতিকৰ দলটো উপস্থিত হৈছে জম্মু-কাশ্মীৰত।

আৰু পঢ়িব পাৰিব : এইবাৰ মন্ত্ৰীৰ বিৰুদ্ধে অপপ্ৰচাৰ ৱেব প’ৰ্টেলৰ, কঠোৰ আৰক্ষী

এই কুৰিজনীয়া প্ৰতিনিধি দলটোত আছে ইউৰোপীয় ইউনিয়নৰ এম্বেচেডৰ উগো আষ্টুতো আৰু দহখন ইউৰোপীয় দেশৰ দূত। ফ্ৰান্সৰ এম্বেচেডৰ ইমানুৱেল লেনাইনো এইসকলৰ ভিতৰত আছে। তদুপৰি বাংলাদেশ, আফ্ৰিকান দেশ, মধ্য এছিয়া আৰু কেন্দ্ৰীয় আমেৰিকাৰ ভালেমান দেশৰ ৰাষ্ট্ৰদূত আৰু জ্যেষ্ঠ কূটনীতিকো এই দলটোত চামিল হৈ আছে।

আৰু পঢ়িব পাৰিব : যোৰহাটত পুনৰ সাংবাদিকক আক্ৰমণ, আটক ৩ ধৃত

দলটোৱে ভ্ৰমণ কৰিবলগীয়া স্থানসমূহত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। এই ভ্ৰমণকালত বিদেশী প্ৰতিনিধিসকলে বিভিন্ন ৰাজনৈতিক দল তথা সাংবাদিকৰ প্ৰতিনিধি বৰ্গৰে আলোচনাত মিলিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ