--°C
Loading...
Listen to Article
2 min read
80%

মধ্য প্ৰদেশ: মধ্য প্ৰদেশৰ চিধি জিলাত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ আজি পুৱা প্ৰায় ৭:৩০ বজাত এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা পৰি যায়৷ বৰ্তমানলৈ কমেও ৩৫টা মৃতদেহ উলিয়াই দিয়া হৈছে আনহাতে ২০ জন সন্ধানহীন হৈ আছে। প্ৰকাশ কৰা সূত্ৰ অনুসৰি প্ৰায় ৬৫ জন যাত্ৰী বাছখনত আছিল৷ ৰাজধানী ভূপালৰ পৰা প্ৰায় ৫৬০ কিলোমিটাৰ দূৰত মধ্য প্ৰদেশৰ চিধি জিলাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো৷

আৰু পঢ়িব পাৰিব : বহু প্ৰত্যাক্ষিত অসম আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ ফলাফল ঘোষণা

ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ (এছডিআৰএফ)ৰ এটা দলে সংশ্লিষ্ট অন্যান্য বিষয়াসকলৰ সৈতে পুৱা উদ্ধাৰ অভিযান আৰম্ভ কৰে বুলি মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়। চিকিৎসক আৰু এম্বুলেন্সবোৰো স্থানলৈ লৈ গৈছিল।

আৰু পঢ়িব পাৰিব : মৈৰাবাৰীত নিশা মৰেল পুলিচৰ প্ৰহাৰ কিশোৰক: আৰক্ষীৰ হাতত উদ্ধাৰ

"যি ঘটিছে সেয়া অত্যন্ত দুখজনক। উদ্ধাৰৰ কাম ইতিমধ্যে চলি আছে। মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ'ব। সমগ্ৰ ৰাজ্য দুৰ্ভগীয়া পৰিয়ালৰ সৈতে আছে," শিৱৰাজ সিং চৌহানে এটা ভিডিঅ' বাৰ্তাত এই কথা প্ৰকাশ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ