--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : কাইলৈ অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব৷ ইভিএমত বন্দী হ’ব মুঠ ৩৪৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য৷ মুঠ ৩৯টা সমষ্টিৰ বাবে বৃহস্পতিবাৰে হ’ব নিৰ্বাচন৷ ইতিমধ্যে সুচাৰুৰূপে ভোটগ্ৰহণ সম্পন্ন কৰাৰ বাবে সাজু হৈছে প্ৰশাসন৷

আৰু পঢ়িব পাৰিব : ‘শৌচাগাৰ নিৰ্মাণ কৰিব নোৱাৰা কংগ্ৰেছে কি উন্নয়ন কৰিব’ : স্মৃতি ইৰাণীৰ কটাক্ষ !

মঙলবাৰে বিয়লি অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ৷ আজি পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে বিষয়া তথা কৰ্মচাৰীসকল৷ ইভিএম, যাৱতীয় সা-সৰঞ্জাম লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে বিষয়া-কৰ্মচাৰী৷

আৰু পঢ়িব পাৰিব : বিক্ৰী কৰা নাই! ৰাজহুৱা খণ্ডৰ অধীনতেই এনআৰএল

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত কেইবাগৰাকী ষ্টাৰ কেম্পেইনাৰে বিভিন্ন স্থানত প্ৰচাৰ চলায়৷ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ লগতে দলীয় সমৰ্থকে অংশ লয় প্ৰচাৰ অভিযানত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ