--°C
Loading...
Listen to Article
2 min read
80%

নলবাৰী : আজি পুনৰ অসমত নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে৷ দলীয় প্ৰাৰ্থীৰ হৈ নলবাৰী-ধুবুৰী আৰু গৌৰীপুৰত অংশ ল’লে নিৰ্বাচনী সভাত৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আজি প্ৰচাৰ অভিযানৰ অন্তিমটো দিনত প্ৰচাৰ চলালে মন্ত্ৰী ইৰাণীয়ে৷

আৰু পঢ়িব পাৰিব : বিক্ৰী কৰা নাই! ৰাজহুৱা খণ্ডৰ অধীনতেই এনআৰএল

নলবাৰীত নাৰায়ণ ডেকাৰ হৈ, গৌৰীপুৰত বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ হৈ আৰু ধুবুৰীত দেৱময় সন্যালৰ হৈ চলালে প্ৰচাৰ৷ এই প্ৰচাৰ অভিযানত কংগ্ৰেছ দলৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে স্মৃতি ইৰাণী৷ ‘শৌচাগাৰ নিৰ্মাণ কৰিব নোৱাৰা কংগ্ৰেছে কি উন্নয়ন কৰিব’- বুলি কটাক্ষ কৰে কংগ্ৰেছক৷

আৰু পঢ়িব পাৰিব : মহিলাসকলৰ বাবে সুখবৰঃ বিজেপি চৰকাৰ আহিলে মাফ হ’ব বেংকৰ ঋণ

ইয়াৰ উপৰি ‘হত্যা-লুণ্ঠনৰ আন এক নাম কংগ্ৰেছ’- বুলি কোৱাৰ লগতে কংগ্ৰেছে ২,৫০,০০০ লাখ ভুৱা ৰেচন কাৰ্ড বনাই দুখীয়াক লুণ্ঠন কৰিছে বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ