--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ অসম বিধানসভা নিৰ্বাচনৰ ৩য় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমত পুনৰ উপস্থিত হৈছে কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী। আজি পুৱাই ‘কামাখ্যা মন্দিৰ’ দৰ্শন কৰিছে ৰাহুল গান্ধীয়ে। ৰাজ্যৰ দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে নেতাগৰাকীয়ে।

আৰু পঢ়িব পাৰিব : ড্ৰাগছ কাণ্ডত জড়িত অভিনেতা এজাজ খান!

ছয়গাঁৱত ৰেকিবুদ্দিন আহমেদৰ হৈ ৰাহুল গান্ধীয়ে আজি প্ৰচাৰ চলাইছে। বৰক্ষেত্ৰীত কংগ্ৰেছৰ দিগন্ত বৰ্মনৰ হৈয়ো ৰাহুল গান্ধীয়ে প্ৰচাৰ চলাইছে। ‘ৰাইজক দিয়া ৫গেৰাণ্টী সফল কৰিম’- বুলি মন্তব্য ৰাহুল গান্ধীৰ। ‘মিছা কথা ক’বলৈ মই নৰেন্দ্ৰ মোদী নহয়’ বুলিও নেতাজনে প্ৰাধানমন্ত্ৰীক কটাক্ষ কৰে। ‘দীপাঞ্জল দাসক বিজেপি আৰু আৰএছএছ-এ গুলীয়াই ছহিদ কৰা বুলিও নেতাগৰাকীয়ে উল্লেখ কৰে।

আৰু পঢ়িব পাৰিব : ৰে’লত এতিয়াৰ পৰা নোৱাৰিব ম’বাইল, লেপটপ চাৰ্জ কৰিব!

ছত্তিশগড় আৰু পঞ্জাবত ঋণ মাফৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা বুলিও নেতাগৰাকীয়ে উল্লেখ কৰিলে। নিৰ্বাচনী প্ৰচাৰত ৰাহুলক সংগ দিলে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেলে। মহাজোঁটৰ মুখ্যমন্ত্ৰী সন্দৰ্ভতো ৱাঘেলে মন্তব্য আগবঢ়ায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ