--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হৈছে বলীউড অভিনেত্ৰী কৰীণা কাপুৰ। পোছাক বা ষ্টাইলৰ বাবেই নহয় কৰীণাই দেখুওৱা এটিটিউদৰ বাবে ট্ৰ’লৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী। শুকুৰবাৰে কেজুৱেল বগা ৰঙৰ ড্ৰেছত দেখা গৈছিল কৰীণাক। 

এই সময়ছোৱাত যেতিয়া পাপ্পাৰাজীয়ে তেওঁৰ ফটো তুলি আছিল সেইসময়ত কৰীণাই এনেকুৱা এটা এটিটিউদ দেখুৱালে যে সকলোৱে তেওঁৰ এই ব্যৱহাৰ বেয়া পাইছে। বৰ্তমান তেওঁ প্ৰচণ্ড ট্ৰলিংৰ সন্মুখীন হ’বলগীয়া হৈছিল। পাপ্পাৰাজীয়ে ফটো আৰু ভিডিঅ’ তুলি থাকোতে পাপ্পাৰাজীক কোনো ধৰণৰ প্ৰতিক্ৰিয়া নিদিয়াকৈ কৰীণা সেইস্থানৰ পৰা আঁতৰি যায়। কৰীণাৰ এই ভিডিঅ'টোত কমেণ্ট কৰি ৰাইজে তেওঁক অহংকাৰী বুলি অভিহিত কৰিছে। 

কৰীণা কাপুৰৰ এই ধৰণৰ আচৰণ দেখি বহু লোকেই তেওঁক জয়া বচ্চনৰ লগত তুলনা কৰিলে। ইউজাৰগৰাকীয়ে কমেণ্ট কৰি লিখিছে যে এদিন তেওঁৰ অৱস্থাও জয়া বচ্চনৰ দৰে হৈ পৰিব। এজন লোকে লিখিছে যে ভাইসকল এওঁলোকৰ ফটো, ভিডিঅ দেখাই থকা বাদ দিয়া..কিয় সময় নষ্ট কৰা। এজনে লিখিছে- আচলতে এনেলোকক ইমান গুৰুত্ব দিবই নাপায়। এনেদৰে সকলোৱে কৰীণাৰ ওপৰত উজাৰিছে ক্ষোভ। কৰীণাক জয়া বচ্চনৰ সৈতে তুলনা কৰাৰ অৰ্থ হল জয়া বচ্চনেও সদায় সাংবাদিক বা পাপ্পাৰাজীক বৰ ৰুক্ষ ব্যৱহাৰ কৰে। 

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ