--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: কৰ্মচাৰী মন্ত্ৰালয়ৰ এক নিৰ্দেশনাত কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীক কৰ্মদিনত কাৰ্যালয়ত উপস্থিত থাকিবলৈ কোৱা হৈছে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীকে ধৰি সমগ্ৰ দেশত সক্ৰিয় ক'ভিড-১৯ সংক্ৰমণৰ সংখ্যা যথেষ্ট হ্ৰাস হোৱাৰ মাজতে এই সিদ্ধান্ত লোৱা হৈছে।

আৰু পঢ়িব পাৰিব : আকৌ অসমলৈ মোদী-শ্বাহ : ক’ত, কেনেকৈ প্ৰস্তুতি ?

অৱশ্যে, কণ্টেইনমেণ্ট জ'নত বাস কৰা সকলো বিষয়া আৰু কৰ্মচাৰীক তেওঁলোকৰ কণ্টেইনমেণ্ট শেষ নোহোৱালৈকে কাৰ্যালয়লৈ অহাৰপৰা ৰেহাই দিয়া হ'ব। এতিয়ালৈকে, মাৰ্চত আৰোপ কৰা কৰ'না ভাইৰাছ প্ৰতিবন্ধকতাৰ বাবে অধ:সচিব আৰু তাৰ ওপৰৰ স্তৰৰ বিষয়াসকলহে কেৱল কাৰ্যালয়ত উপস্থিত আছিল।

আৰু পঢ়িব পাৰিব : গুৱাহাটীত বিদেশ মন্ত্ৰী-জাপানৰ ৰাষ্ট্ৰদূত : কামাখ্য দৰ্শন কৰোৱালে মন্ত্ৰী হিমন্তই…

কেন্দ্ৰই মে' মাহত উপ-সচিবৰ স্তৰৰ তলৰ ৫০ শতাংশ কৰ্মচাৰীক তেওঁলোকৰ কাৰ্যালয়ৰপৰা কাম কৰিবলৈ কৈছিল আৰু বিভিন্ন টাইম স্লট ৰূপায়ণ কৰা হেছিল৷ বিষয়া-কৰ্মচাৰীসকলে বিভাগৰ মূৰব্বীসকলে সিদ্ধান্ত লোৱা অনুসৰি কাৰ্যালয়-কৰ্মস্থানত অত্যধিক ভিৰ পৰিহাৰ কৰিবলৈ নিৰ্ধাৰিত সময় অনুসৰণ কৰিব লাগিব বুলি নিৰ্দেশনাত কোৱা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ