--°C
Loading...
Listen to Article
2 min read
80%

গান্ধীনগৰ : ভাষণৰত অৱস্থাতে মঞ্চতে ঢলি পৰিল গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী৷ দেওবাৰে বদো'ড্ৰাৰ নিজামপুৰৰ এখন সমাৱেশত এই ঘটনা সংঘটিত হয়৷ ৬৪বছৰীয়া মুখ্যমন্ত্ৰীগৰাকীক ততাতয়াকৈ চিকিৎসাৰ বাবে বিমানেৰে আহমেদাবাদৰ হাস্পতলত ভৰ্তি কৰোৱা হয়৷

আৰু পঢ়িব পাৰিব : আকৌ অসমলৈ মোদী-শ্বাহ : ক’ত, কেনেকৈ প্ৰস্তুতি ?

মুখ্যমন্ত্ৰীৰ এই অৱস্থাৰ পাছতে সতীৰ্থ মন্ত্ৰী-নেতাৰ মাজত হুৱা-দুৱা লাগে৷ মুখ্যমন্ত্ৰীগৰাকীৰ ৰক্তচাপ আৰু মধুমেহ পৰিমাণ হঠাতে কমি যোৱাৰ বাবে এই ঘটনা ঘটে বুলি জানিব পৰা গৈছে৷

আৰু পঢ়িব পাৰিব : গুৱাহাটীত বিদেশ মন্ত্ৰী-জাপানৰ ৰাষ্ট্ৰদূত : কামাখ্য দৰ্শন কৰোৱালে মন্ত্ৰী হিমন্তই…

২১ ফেব্ৰুৱাৰীত গুজৰাট পৌৰসভাত নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰৰ এক জনসভাত অংশ লৈছিল৷ বৰ্তমান মুখ্যমন্ত্ৰী সুস্থ বুলি জানিবলৈ দিয়ে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীয়ে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ