--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : বিদেশ মন্ত্ৰীৰূপে প্ৰথমবাৰলৈ আজি পুৱা কামাখ্যাত উপস্থিত হৈছে এছ জয়শংকৰ৷ লগত আছে জাপানৰ ৰাষ্ট্রদূত ছাট'শ্বি ছুজুকি৷ বিশেষ কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিছে এছ জয়শংকৰ৷ অসমত বৃহৎ বিনিয়োগৰ বাবে জাপান আগ্ৰহী হোৱা বুলি জানিব পৰা গৈছে৷

আৰু পঢ়িব পাৰিব : প্ৰেমৰ দিনটোতে এচিড আক্ৰমণৰ বলি ডিব্ৰুগড়ৰ যুৱতী…

বিদেশ মন্ত্ৰীগৰাকীক অসম ভ্ৰমণৰ কাৰ্যসূচীত লগ দিয়াৰ উদ্দেশ্য পুৱাই উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য৷ 'মা কামাখ্যা' দৰ্শন কৰাই পোনে পোনে খাৰঘুলিত উপস্থিত হয় ২ নেতা৷ তেওঁলোকে জাইকাৰ বৃহৎ প্ৰকল্প পৰিদৰ্শন কৰিছে৷

আৰু পঢ়িব পাৰিব : ‘টুলকিট’ গোচৰত বেংগালুৰুৰ ২১ বছৰীয়া জলবায়ু কৰ্মীক গ্ৰেপ্তাৰ

আনহাতে, দুয়োগৰাকী নেতাই মহানগৰীৰ তাজ হোটেলত নৈশ যাপন কৰাৰ লগতে অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ এক আলোচনাত মিলিত হ'ব বুলি জানিব পৰা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ