--°C
Loading...
Listen to Article
2 min read
80%
২৭ মাৰ্চ,২০২২, দেওবাৰ মেষ : ঘৰত আত্মীয়ৰ সংযোগ ঘটিব। খৰচ বৃদ্ধি। জীৱ-জন্তুৰ পৰা সাৱধান। ভ্ৰমণত শুভ। বৃষ: প্ৰেমত সুখী। কোনো মাংগলিক কৰ্মত ভাগ লবলৈ পাব। সামাজিক সচেতনতা বৃদ্ধি। পৰিয়ালত শুভ। মিথুন: মনত শান্তি থাকিব। প্ৰেমত চঞ্চলতা বৃদ্ধি। পৰচৰ্চা নকৰিব। সন্তানক গুৰুত্ব দিয়ক। কৰ্কট : খং এৰাই চলক। ৰক্তচাপ বৃদ্ধি হ’ব পাৰে। কাৰোবাৰ পৰা কষ্ট পাব। প্ৰেমত শান্তি। সিংহ : সুনাম লাভৰ যোগ। মনৰ বেমেজালি আঁতৰিব। সমাজৰ কামত দৃঢ়তা। খৰচ বাঢ়িব কন্যা : আশা পূৰণৰ সংকেত। ভালকৈ এসাঁজ খাবলৈ পাব। পাৰিবাৰিক সংঘাত আঁতৰিব। ভ্ৰমণত মধ্যম। তুলা :  আধ্যাত্মিক চিন্তাত ব্ৰতী। প্ৰেমত দূৰত্ব বৃদ্ধি। পৰিয়ালত অশান্তি। ৰোগৰ ভয় দূৰ হব। বৃশ্চিক : যিকোনো কামত আত্মবিশ্বাস বাঢ়িব। গৃহ নিৰ্মাণৰ চিন্তা। নিশাৰ ভাতৰ নিমন্ত্ৰণ পাব পাৰে। প্ৰেমত বাধা। ধনু : কৰ্মত মন বহিব।কাকো মিছা নক’ব। ব্যৱসায়ত শুভ। পৰিয়ালত শান্তি ঘূৰি আহিব। মকৰ : সামাজিক মান বাঢ়িব। প্ৰশংসা পাব প্ৰেমত আনন্দ। শিক্ষাৰ্থীৰ শুভ। ৰোগমুক্ত হব। কুম্ভ : সামাজিক কাম কৰিবলৈ মন মেলিব। ব্যৱসায় ঠিকে-ঠাকে থাকিব। প্ৰেমত সংঘাত। স্বাস্থ্যক লৈ চিন্তা। মীন : সন্মান লাভৰ যোগ। কোনো কামত ধৈৰ্য্যৰ প্ৰয়োজন হ’ব। দাঁতৰ বিষে কষ্ট দিব পাৰে। চোৰৰ পৰা সাৱধান

FOLLOW US F
POPULAR
FEATURE
TRENDY
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ