--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ১১ চ'ত, শনিবাৰ, ২৬ মাৰ্চ ১. মেষ ৰাশি - মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সন্মান বাঢ়িব৷ মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি বিবাদৰ পৰা আঁতৰি থকাটো ভাল। ২. বৃষ ৰাশি - বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয় পৰিয়ালৰ সুখ বাঢ়িব৷ কৰ্মক্ষেত্ৰ মধ্যম ফলাফল লাভ কৰিব৷ সজাগ নহলে আনৰ অবিশ্বাসী হোৱাৰ যোগ দেখা যায়। ৩. মিথুন ৰাশি - মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰিয়জনৰ সান্নিধ্য লাভ কৰিব৷ কৰ্মক্ষেত্ৰ আনৰ সহায় সহযোগিতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহলে সামান্য মিচা অপবাদ পাব পাৰে৷ ৪. কৰ্কট ৰাশি - কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম লাভ কৰিব৷ সজাগ নহলে মনত সামান্য চিন্তা ,খং অভিমানভাৱ বৃদ্ধিৰ যোগ দেখা যায়। ৫. সিংহ ৰাশিৰ - সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ শুভ হ'ব' প্ৰেমত শুভ, সঞ্চয় বাঢ়িব৷ কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বৃদ্ধিৰ যোগ দেখা যায়। ৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ৷ কৰ্মক্ষেত্ৰ নতুনকৈ যোগাযোগ সুযোগ লাভ কৰিব৷ প্ৰেমত শুভ। ৭. তুলা ৰাশি - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক সন্মান বাঢ়িব৷ প্ৰেমত শুভ৷ মনত সংযমী মনোভাৱ বৃদ্ধিৰ যোগ দেখা যায়। ৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শিল্পীসকলৰ শুভ৷ ৰোগাৰোগ্য হ'ব৷ আজি আৰ্থিক দিশত শুভ। ৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ৷ কৰ্মক্ষেত্ৰত সাহস বাঢ়িব৷ পাৱলগীয়া ধন ঘূৰাই পোৱাৰ যোগ। ১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব৷ যদিও আজি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়। ১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত সন্তানৰ সুখ বাঢ়িব৷ কৰ্মক্ষেত্ৰত সজাগ নহলে সামান্য দেহ মনত আঘাত পোৱাৰ যোগ দেখা যায়। ১২. মীন ৰাশি- মীন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব৷ সজাগ নহলে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে৷ শত্ৰুৰ পৰা সাৱধান হোৱা ভাল হব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ