--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : বলীউড তাৰকাৰ মাজত ৰোমাঞ্চ তথা প্ৰেমৰ সম্পৰ্ক কোনো নতুন কথা নহয়৷ তাৰকা অভিনেতা-অভিনেত্ৰীৰ প্ৰেমৰ সম্পৰ্কই অনুৰাগীকো যথেষ্ট আমোদ দিয়ে৷ সেয়ে কোন অভিনেতাই কোন অভিনেত্ৰীক ডে'ট কৰিছে সেয়া একোটা ডাঙৰ খবৰৰ উৎস হৈ পৰে৷ পাপৰাজ্জিও দিনে নিশাই ব্যস্ত থাকে এনে বাতৰি খুঁচৰি ফুৰাত৷

আৰু পঢ়িব পাৰিব : চ্যুকাফা মাল্টি স্পেচিয়েলিটী হাস্পতালত অত্যাধুনিক সংযোজন

শেহতীয়াকৈ বলীউডৰ দুজন তাৰকাক লৈ সৰৱ হৈ আছে বলীউড গছিপ৷ সন্দেহ কৰা হৈছে যে 'উৰি'খ্যাত সুদৰ্শন অভিনেতা বিকি কৌশলৰ সৈতে প্ৰেমৰ দোলেৰে বান্ধ খাইছে কেটৰীনা কাইফ৷ ইনষ্টাগ্ৰামত কেটৰীনাই অলপতে এখন ফটো শ্বেয়াৰ কৰে য'ত তেওঁ কাৰোবাক সাবটি থকা দেখা গৈছে৷

আৰু পঢ়িব পাৰিব : প্ৰতিবাদী কৃষকৰ সমৰ্থনত আন্দোলন ঘোষণা আন্না হাজাৰেৰ

ইফালে দুয়ো অভিনেতাৰ অনুৰাগীয়ে ইতিমধ্যে থিৰাং কৰি পেলাইছে যে কেটৰীনা কাইফৰ বাহুবন্ধনত সেয়া আন কোনো নহয়, অভিনেতা বিকি কৌশলহে৷ অৱশ্যে দুয়োজন অভিনেতাই এই পৰ্যন্ত বিষয়টোত কোনো মত প্ৰকাশ কৰা নাই৷ বিকি-কেটৰীনা সঁচাকৈয়ে প্ৰেমৰ দোলেৰে বান্ধ খাইছে নেকি সেয়া জানিবলৈ অনুৰাগীসকল হয়তো আৰু কিছুদিন অপেক্ষা কৰিবলগীয়া হ'ব পাৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ