--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে মহিলা আয়োগে দাখিল কৰে এক অভিযোগ৷ অভিনেত্ৰী নিশিতা গোস্বামীক শনিবাৰে এটা সাংস্কৃতিক অনুষ্ঠানত ৰাজহুৱাকৈ অশালীন মন্তব্য কৰিছিল জুবিনে৷

আৰু পঢ়িব পাৰিব : দিল্লীৰ হিংসা : দীপ সিদ্ধুৰ সন্ধান দিওঁতালৈ ১ লাখৰ পুৰস্কাৰ ঘোষণা

জুবিনৰ এই মন্তব্যক লৈ মহানগৰ আৰক্ষীক অভিযোগ দাখিল কৰিছে ৰাজ্যিক মহিলা আয়োগে৷ লগতে জুবিনৰ বিৰুদ্ধে এই অভিযোগৰ তদন্ত কৰিব বুলি জানিবলৈ দিয়ে মহানগৰ আৰক্ষীয়ে৷ সাংস্কৃতিক মঞ্চত জুবিনৰ অভব্য আচৰণ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল৷

আৰু পঢ়িব পাৰিব : অগপ নহয়, বিজেপিৰ দখললৈ যাব বকো : ৰঞ্জিত দাস

বিভিন্নজনে জুবিনৰ এই আচৰণক লৈ কটু সমালোচনা কৰিছে৷ অৱশ্যে, এই কাণ্ডৰ পাছতে নিশিতা গোস্বামীয়েও ফেচবুকত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ