--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃক্ক শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংশ। সেয়ে বৃক্ক সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয়।কিন্তু কিছুমান কথাই বৃক্ক দুৰ্বল কৰি তোলে। যাৰ বাবে বহুতো ৰোগে আপোনাক আক্ৰান্ত কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগে।হয়, কিছুমান খাদ্য আছে যিয়ে আপোনাৰ বৃক্ক বাৰ্ধক্যৰ সৃষ্টি কৰে।

মনত ৰাখিবলগীয়া কথা

১) চোডাত থকা ফছফৰাছে আপোনাৰ বৃক্কক ক্ষতিগ্ৰস্ত কৰি দুৰ্বল কৰি তোলে। কিছুমান মানুহে দৈনিক চোডা সেৱন কৰে, কিন্তু তেনে কৰিলে আপোনাৰ বৃক্কৰ ক্ষতি হ’ব পাৰে।

২) যদি আপোনাৰ বৃক্কৰ সমস্যা আছে তেন্তে আপুনি এভোকেডো খাব নালাগে। কাৰণ ইয়াত অতি বেছি পৰিমাণৰ পটাছিয়াম থাকে যিয়ে বৃক্কৰ ক্ষতি কৰে।

৩) বেছিভাগ মানুহেই ভজা খাদ্য খাবলৈ ভাল পায়, কিন্তু আপুনি জানেনে যে ভজা বস্তু খালে আপোনাৰ স্বাস্থ্য নষ্ট হ’ব পাৰে। এনে পৰিস্থিতিত যদি আপুনিও দৈনিক ভজা বস্তু সেৱন কৰে, তেন্তে আজিয়েই এই অভ্যাস ত্যাগ কৰক।

৪) মানুহে পিজ্জা বহুত খাই ভাল পায়।কিন্তু আপুনি জানেনে যে পিজ্জা খোৱাটোৱে আপোনাৰ স্বাস্থ্যৰ ওপৰত ক্ষতি কৰিব পাৰে। হয়, পিজ্জা খালে আপোনাৰ বৃক্কৰ ক্ষতি হ’ব পাৰে।

৫) মদ্যপান কৰিলে আপোনাৰ বৃক্কৰ ক্ষতি হয়, গতিকে ইয়াক সেৱন নকৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ