--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ উদ্বোধনী অনুষ্ঠানৰ অন্যতম বিতৰ্কিত অধ্যায় আছিল হৰভজন সিঙে এছ শ্ৰীসন্থক সোধোৱা এটা চৰভাৰতীয় ক্ৰিকেটৰ ইতিহাসত স্লেপগেট কেলেংকাৰী হিচাপে কুখ্যাত হৈ পৰিছে এই বিষয়টোজ্জীৰ চৰত উচুপি উঠিছিল কিংছ ইলেভেন পঞ্জাৱৰ শ্ৰীসন্থ। বিচিচিআইয়ে বিষয়টো একেবাৰে সহজভাৱে লোৱা নাছিল। এনে অনাকাংক্ষিত কাণ্ড সংঘটিত কৰাৰ অপৰাধত হৰভজনক শাস্তিও বিহিছিল ভাৰতীয় ব’ৰ্ডে।

ক্ৰিকেট ইতিহাসৰ এই কুখ্যাত অধ্যায়টোক লৈ হৰভজনে কেইবাবাৰো প্ৰশ্নৰ সন্মুখীন হৈছে। অৱশ্যে, ইমান দিনৰ পাছত টাৰ্বনেটৰে নিজৰ ভুল স্বীকাৰ কৰিলে। সেইদিনা এই ভুলৰ বাবে লজ্জিত বুলিও মন্তব্য কৰে হৰভজনে

গ্লান্স লাইভ ফেষ্টত হৰভজনে কয়, ‘ যি ঘটিছিল সেয়া ঠিক নহয়। মই ভুল কৰিছিলোঁ। বিব্ৰত হৈ উঠিছিল মোৰ সতীৰ্থসকল ময়ো লাজ পাইছো।’

হৰভজনে লগতে কয়, ‘ভুল শুধৰাবলৈ কোনো সুযোগ পোৱাহেঁতেন খেলপথাৰত শ্ৰীসন্থৰ লগত যি ব্যৱহাৰ কৰিছিলোঁ, তাক মই শুধৰাবলৈ চেষ্টা কৰিলোহেঁতেন। সেয়া হোৱা উচিত নাছিল। মই যেত‌িয়াই এই বিষয়ে ভাবিছো, তেত‌িয়াই মনে ধৰিছে যে ইয়াৰ কোনো প্ৰয়োজন নাছিল

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ