--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দবা খেলুৱৈ বিশ্বনাথন আনন্দই নৰৱেৰ দবাৰ সপ্তম ৰাউণ্ডত বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লছনক পৰাস্ত কৰি ব্লিট্জ শাখাত চতুৰ্থ স্থান দখল কৰিছে। চতুৰ্থ ৰাউণ্ডত নেদাৰলেণ্ডৰ অনীশ গিৰি আৰু নৱম ৰাউণ্ডত ফ্ৰান্সৰ মেক্সিম ভেচিয়াৰ লেগ্ৰেভৰ হাতত পৰাস্ত হৈছিল আনন্দ। দহজনীয়া ব্লিট্জ শাখাত আনন্দই লাভ কৰে ৫ পইণ্ট।

বিশ্বনাথন আনন্দে নৰৱেৰ আৰিয়ান তাৰিক পৰাস্ত কৰি আৰম্ভণি কৰি দ্বিতীয় ৰাউণ্ডত ৱেছলী ছ’ৰ সৈতে ড্ৰ’ খেলে। তৃতীয় ৰাউণ্ডত তেওঁ বেচেলিন টোপালভক পৰাস্ত কৰাৰ বিপৰীতে টাইমুৰ ৰাজাবভৰ সৈতে খেল ড্ৰ’ হয়।

গিৰিৰ হাতত পৰাস্ত আৰু চীনৰ হাও ৱাঙৰ হাতত ড্ৰ’ খেলি কাৰ্লছনক পৰাস্ত কৰে যদিও তাৰ পিছত শ্বাখৰিয়াৰ মামেদিয়াৰোভৰ হাতত ড্ৰ’ কৰি লাগ্ৰেভৰ হাতত পৰাস্ত হয় বিশ্বনাথন আনন্দ।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ