--°C
Loading...
Listen to Article
2 min read
80%
১. মেষ ৰাশিঃ মেষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, বন্ধু-বান্ধৱ বা আত্মীয় পৰিয়ালৰ সান্নিধ্য লাভ কৰিব লগতে আজি শিল্পীসকলৰ শুভ হোৱাৰ যোগ দেখা যায়। ২. বৃষ ৰাশিঃ বৃষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায়-সহযোগিতা লাভ কৰিব, পাৰিবাৰিক ক্ষেত্ৰত শুভ হব , আজি আপুনি সজাগ নহলে আপোনাৰ ব্যয় বাঢ়িব পাৰে। ৩. মিথুন ৰাশিঃ মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সাহস বাঢ়িব, লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা য়ায। ৪. কৰ্কট ৰাশিঃ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত আনৰ পৰা মৰম চেনেহ লাভ কৰিব। পুৰণা সমস্যাবোৰৰ সমাধান হোৱাৰ সুযোগ লাভ কৰিব। আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব। ৫. সিংহ ৰাশিঃ সিংহ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, প্ৰকৃতিৰ প্ৰতি মৰম চেনেহ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। ৬. কন্যা ৰাশিঃ কন্যা ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, উত্তম ভোজন লাভ কৰিব পাৰে যদিও আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি পোৱাৰ যোগ দেখা যায়। ৭. তুলা ৰাশিঃ তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হব পাৰে যদিও আজি আপুনি সজাগ নহলে দেহ মনত সামান্য আঘাত পাব পাৰে লগতে আজি আপুনি চোৰৰ পৰা সাৱধান হব। ৮. বৃশ্চিক ৰাশিঃ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভোজন বিলাস বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, আজি আপুনি মনত ভাবি থকাবোৰ সফল ৰূপায়ণ কৰিবলৈ সুযোগ পাব। ৯. ধনু ৰাশিঃ ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত উকিলসকলৰ কৰ্মত শুভ হব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব। ১০. মকৰ ৰাশিঃ মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব যদিও আজি আপুনি সজাগ নহলে ঘৰত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। ১১. কুম্ভ ৰাশিঃ কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত সুখ বৃদ্ধি হ'ব যদিও আজি সামান্য ব্যয় বাঢ়িব পাৰে। আজি আপুনি সজাগ নহ'লে মনোমালিন্য হোৱাৰ যোগ দেখা যায়। ১২. মীন ৰাশিঃ মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষত্ৰত সামান্য জটিলতা বাঢ়িব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ