--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মাটিৰ পাত্ৰত খাদ্য সিজোৱা বা খাদ্যগ্ৰহণ কৰাটো শৰীৰৰ বাবে যথেষ্ট উপকাৰী৷ দেশৰ বিভিন্ন স্থানত খাদ্য গ্ৰহণত মাটিৰ পাত্ৰ ব্যৱহাৰ কৰা দেখা যায়৷ মাটিৰ পাত্ৰত গৰম চাহ খোৱাটো প্ৰায়ে সহজলভ্য হৈ উঠিছে৷ পূৰ্বে বহু সময়ত (বৰ্তমানেও) কাঁচৰ গ্লাছ, প্লাষ্টিকৰ গিলাচ ব্যৱহাৰ কৰা হৈছিল৷ কিন্তু এতিয়া সেইবোৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু শাৰীৰিক ক্ষতিৰ বাবে মাটিৰ কাপ ব্যৱহাৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা দেখা যায়।  

মাটিৰ পাত্ৰত গৰম চাহ খোৱাটোৱে শৰীৰত কেনে প্ৰভাৱ পেলায় জানো আহক :

বিজ্ঞানীসকলৰ মতে, মাটিৰ পাত্ৰত চাহ খোৱাটোৱে শৰীৰৰ ওপৰত কোনো ক্ষতিকাৰক প্ৰভাৱ পেলাব নোৱাৰে। ইয়াৰ বিপৰীতে প্লাষ্টিকৰ কাপত গৰম চাহ ল'লে বহুতো ৰাসায়নিক পদাৰ্থ শৰীৰত প্ৰৱেশ কৰে, যি ক্ষতিকাৰক।

জনা যায় যে মাটিৰ কাপত চাহ খালে, ইয়াৰ পুষ্টিৰ মান বৃদ্ধি হয়। মাটিত থকা খনিজ পদাৰ্থ, ফছফৰাছ, লো, কেলছিয়াম, মেগনেছিয়াম শৰীৰৰ বাবে উপযোগী।

যেতিয়া পোৰা মাটিৰ এটা পাত্ৰত গৰম চাহ ঢালি দিয়া হয়, এক প্ৰকাৰৰ সুবাস ওলাই আহে। কাঁচ বা মাটিৰ পাত্ৰত এনে নহয়। এই গোন্ধটোৱেই চাহ খোৱাৰ আনন্দ বৃদ্ধি কৰে।

চাহ খালে বহুলোকৰ এচিডিটিৰ সমস্যা হয়। বহুতো লোক বুকু জ্বলা হয়, বিশেষকৈ গাখীৰ চাহ খালে। মাটিৰ পাত্ৰত চাহ খালে এই সমস্যা হ্ৰাস পায়। ইয়াৰ মূল কাৰণ হৈছে পোৰা মাটিয়ে চাহৰ অম্লতা হ্ৰাস কৰে। এই কাৰণে, হজমৰ সমস্যা থকা বহু লোকক চিকিৎসকে তেওঁলোকক মাটিৰ গিলাচত পানী খাবলৈ পৰামৰ্শ দিয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ